আপুনি ভাং খাই নেকি!
ভাং স্বাস্থ্যৰ বাবে ক্ষতিকাৰক যদিও ইয়াৰ বহুতো স্বাস্থ্যসন্মত গুণ আছে।
- দীৰ্ঘম্যাদী বিষৰ পৰা সকাহ।
- হাঁওফাঁওৰ ক্ষমতা উন্নত কৰে।
- ওজন কমোৱাত সহায় কৰে।
- ডায়েবেটিছ ৰোগৰ বাবে ই উপকাৰী।
- কৰ্কট ৰোগৰ বাবে ই সহায়কাৰী।
- হতাশা দূৰ কৰাত সহায় কৰে।
- অটিজম চিকিৎসাত সহায়কাৰী।
- এলজাইমাৰ ৰোগীৰ বাবে ই উপকাৰী।
- সুৰাপান কমোৱাত সহায় কৰে।