• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

লকডাউনৰ ভয়! হাজাৰ হাজাৰ শ্ৰমিকে এৰিছে মুম্বাই

নিউজ ডেস্ক by নিউজ ডেস্ক
January 7, 2022
in সংবাদ, News, ৰাষ্ট্ৰীয়
1 min read
0
অসম পালেহি অমিক্ৰন! পলাতক অমিক্ৰনত সংক্ৰমিত কিশোৰ
Share on FacebookShare on Twitter

ক’ৰোনাৰ ভয়ংকৰ সংক্ৰমণ দেশত। বৰ্তমানলৈকে লকডাউন ঘোষণা কৰা হোৱা নাই যদিও বিভিন্ন ৰাজ্যত বহু ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। জাৰি কৰা হৈছে নৈশ কাৰ্ফিউ। এনে এক সময়ত পুনৰ দেশৰ প্ৰবজিত শ্ৰমিক সকলৰ মাজত সৃষ্টি হৈছে আতংকৰ।

কোভিডৰ প্ৰথম লহৰৰ সময়ছোৱাত সৃ্ষ্টি হোৱা হাহাকাৰ পৰিবেশ-পৰিস্থিতিৰ কথা নিশ্চয় সকলোৰে মনত আছে। শেহতীয়াকৈ দেশৰ বিভিন্ন ৰাজ্যত ক’ৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে পুনৰ শ্ৰমিকৰ মাজত সৃষ্টি হৈছে আতংকৰ। বিশেষকৈ মহাৰাষ্ট্ৰত ক’ভিড সংক্ৰমণে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ বাবে শ্ৰমিকসকলে মহাৰাষ্ট্ৰ এৰি স্বগৃহলৈ ঘূৰি আহিবলৈ ইচ্ছা কৰিছে। মুম্বাইত প্ৰবজনকাৰী হাজাৰ হাজাৰ শ্ৰমিকে ৰে’ল ষ্টেচনত পুনৰ শিবিৰ পাতিছে। সকলোৱে মু্ম্বাইত লকডাউন হোৱাৰ আশংকাক নিজ ঘৰলৈ যাবলৈ চেষ্টা কৰিছে। ৰে’লৱে ষ্টেচনত ভিৰ কৰা হাজাৰ হাজাৰ শ্ৰমিকৰ ওপৰত আৰক্ষীয়ে লাঠি চালনাও কৰিবলগীয়া হৈছে।
ৰে’লৱে ষ্টেচনত ভিৰ কৰা হাজাৰ হাজাৰ শ্ৰমিকক আৰক্ষীয়ে তাৰ পৰা স্থানান্তৰ কৰিবলৈ গৈও বিপদত পৰিছে। শ্ৰমিকৰ এটাই কথা, যদি লকডাউন হয় তেনেহ’লে তেওঁলোক ভোকত মৃত্যুমুখত পৰিব। দৰাচলতে মুম্বাইত যোৱা ২৪ ঘণ্টাত ২০ হাজাৰৰো অধিক লোক কোৰোনাত আক্ৰান্ত হৈছে। মুম্বাইৰ লগতে মহাৰাষ্ট্ৰত কোভিড প্ৰ’টকল অধিক কঠোৰ কৰা হৈছে। জাৰি কৰা হৈছে এছ অ’ পি। নিশাৰ কাৰ্ফিউৰ উপৰিও বহু ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে। এনে পৰিস্থিতিত শ্ৰমিকসকলে লকডাউনৰ আশংকাত মুম্বাই এৰিবলৈ বিচাৰিছে।

Previous Post

আজিৰ SOPৰ A to Z

Next Post

দেশত প্ৰতিদিনে ১০ লাখ পৰ্যন্ত লোক আক্ৰান্ত হ’ব ক’ৰোণাত!

Related Posts

PM interacts with beneficiaries of Viksit Bharat Sankalp Yatra via video conferencing
News

PM interacts with beneficiaries of Viksit Bharat Sankalp Yatra via video conferencing

November 30, 2023
Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati
News

Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati

November 30, 2023
কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
আজি ‘মন কী বাত’ত প্ৰধানমন্ত্ৰীয়ে দেশবাসীলৈ প্ৰদান কৰা ভাষণ
News

PM to interact with beneficiaries of Viksit Bharat Sankalp Yatra on 30th November

November 29, 2023
Otis India offers online order-booking for Gen3™ Nova range of elevators
News

Otis India offers online order-booking for Gen3™ Nova range of elevators

November 29, 2023
২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ
ৰাজনীতি

২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

November 29, 2023
Next Post
মেঘালয়ত ক’ভিডৰ নতুন SOP

দেশত প্ৰতিদিনে ১০ লাখ পৰ্যন্ত লোক আক্ৰান্ত হ'ব ক'ৰোণাত!

গুৱাহাটী বিমানকোঠত বিনামূলীয়া হ’ব প্ৰথম ১০ মিনিটৰ পাৰ্কিং

গুৱাহাটী বিমানকোঠত বিনামূলীয়া হ'ব প্ৰথম ১০ মিনিটৰ পাৰ্কিং

পাঞ্জাব নেশ্যনেল বেংক ক’ৰনাৰ হটস্পট; ১৮জন কৰ্মচাৰী আক্ৰান্ত

পাঞ্জাব নেশ্যনেল বেংক ক'ৰনাৰ হটস্পট; ১৮জন কৰ্মচাৰী আক্ৰান্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8