• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

সাতদিনীয়া কাৰ্যসূচীৰে ২৩ সংখ্যক পামহী আঞ্চলিক ৰাস মহোৎসৱৰ আয়োজন

নিউজ ডেস্ক by নিউজ ডেস্ক
October 29, 2022
in সংবাদ, গুৱাহাটী
1 min read
0
সাতদিনীয়া কাৰ্যসূচীৰে ২৩ সংখ্যক পামহী আঞ্চলিক ৰাস মহোৎসৱৰ আয়োজন
Share on FacebookShare on Twitter

গুৱাহাটীৰ গড়চুকৰ কাষৰীয়া বৃহত্তৰ জাতি জনগোষ্ঠীৰ মিলনভূমি হিচাপে পৰিচিত মইনাখোৰোংস্থিত খেলপথাৰত থকা শ্ৰী শ্ৰীকৃষ্ণ গীতা মন্দিৰ প্ৰাংগণত বিগত বছৰৰ দৰে এইবেলিও অহা ৭ নৱেম্বৰৰ পৰা ১৩ নৱেম্বৰলৈ সাতদিনীয়া কাৰ্যসূচীৰে ২৩ সংখ্যক ৰাস মহোৎসৱ অনুষ্ঠিত হব। ইতিমধ্যে ১৬ অক্টোবৰত ৰাস উদযাপন হবলগীয়া স্থানত মাংগলিক কাৰ্যৰ মাজেৰে আগন্তক ৰাস মহোৎসৱৰ লাইখুটা স্থাপন কৰা হয়।

আনহাতে ৭ নৱেম্বৰত পুৱা ১০ বজাত ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি এক বাৰে ৰহনীয়া শোভাযাত্ৰা উলিওৱা হব। তাৰ পাছত ১১ বজাত ৰাস মহোৎসৱৰ দুৱাৰ মুকলি কৰিব বিশিষ্ট সমাজসেৱক উৎপল কুমাৰ দাসে। বিয়লি ৪ বজাত ৰাস মণ্ডপ মুকলিৰে মহোৎসৱৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব সমাজকর্মী বলেশ্বৰ ৰংপীয়ে। তেনেদৰে ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি ১৩ নৱেম্বৰলৈ দৈনিক বিয়লিৰ পৰা গীতা পাঠ , মহিলাৰ নাম – প্ৰসংগ, সন্ধিয়াৰ পৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব। আনহাতে ২৩ সংখ্যক পামহী আঞ্চলিক ৰাস মহোৎসৱৰ কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সমাজকর্মী দীপক চন্দ্ৰ বড়োক ( কুলি ) সভাপতি, ধীৰাজ টুমুঙক কাৰ্যকৰী সভাপতি, বলেশ্বৰ ৰংপী আৰু বিষ্ণু বড়োক উপ সভাপতি, জয়ন্ত টুমুং আৰু পুনাল বড়োক সাধাৰণ সম্পাদক, অনিল ফাংছ , দীপক টেৰাং, ৰানাজ্যোতি বড়ো আৰু নিপু বড়োক সহকাৰী সম্পাদক হিচাপে লৈ এখন কাৰ্যকৰী কমিটি গঠন কৰা হৈছে।

Previous Post

ISRO/ NSIL ৰ দ্বাৰা ৩৬ টা OneWebৰ উপগ্ৰহ সফলতাৰে উৎক্ষেপণ

Next Post

পশ্চিম গুৱাহাটীৰ অসম-মেঘালয় সীমান্তৰে বাংলাদেশলৈ সৰবৰাহ কৰা অৱস্থাত গৰুসহ বাহন জব্দ

Related Posts

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত
ৰাজনীতি

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত

June 10, 2023
কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী
ৰাষ্ট্ৰীয়

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী

June 10, 2023
Doordarshan Dialogue on the theme of “Resurgent North East” begins in Guwahati
উত্তৰ পূৰ্বাঞ্চল

Doordarshan Dialogue on the theme of “Resurgent North East” begins in Guwahati

June 10, 2023
সাৱধান! বতৰে ধ্বংসলীলা চলাব পাৰে তিনি ৰাজ্যত
সংবাদ

সাৱধান! বতৰে ধ্বংসলীলা চলাব পাৰে তিনি ৰাজ্যত

June 10, 2023
নামভৰ্তিকৰণ! অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নিৰ্দেশনা
News

নামভৰ্তিকৰণ! অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নিৰ্দেশনা

June 10, 2023
গণেশগুৰি দুৰ্ঘটনা! এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰক গ্ৰেপ্তাৰ
ক্ৰাইম

গণেশগুৰি দুৰ্ঘটনা! এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰক গ্ৰেপ্তাৰ

June 10, 2023
Next Post
পশ্চিম গুৱাহাটীৰ অসম-মেঘালয় সীমান্তৰে বাংলাদেশলৈ সৰবৰাহ কৰা অৱস্থাত গৰুসহ বাহন জব্দ

পশ্চিম গুৱাহাটীৰ অসম-মেঘালয় সীমান্তৰে বাংলাদেশলৈ সৰবৰাহ কৰা অৱস্থাত গৰুসহ বাহন জব্দ

২৩হাজাৰ যুৱক-যুৱতীক আজি মুখ্যমন্ত্ৰীয়ে দিব নিযুক্তি পত্ৰ

আজি মুখ্যমন্ত্ৰীয়ে শংকৰদেৱ কলাক্ষেত্ৰত ৬৫৫ গৰাকী প্ৰাৰ্থীক বিতৰণ কৰিব নিযুক্তি পত্ৰ

কাঁহিকুছিত গ্রামোন্নয়ন বিভাগৰ নৱ-নিযুক্তিপ্রাপ্ত কনিষ্ঠ অভিযন্তাৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ

কাঁহিকুছিত গ্রামোন্নয়ন বিভাগৰ নৱ-নিযুক্তিপ্রাপ্ত কনিষ্ঠ অভিযন্তাৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8