• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

প্ৰথমতে প’ষ্টেল বেলটৰ ভোটগণনা কৰা হ’ব ২ মে’ত

Manoranjan Majumder by Manoranjan Majumder
May 1, 2021
in অসম, ৰাজনীতি, সংবাদ
1 min read
0
প্ৰথমতে প’ষ্টেল বেলটৰ ভোটগণনা কৰা হ’ব ২ মে’ত
Share on FacebookShare on Twitter

২ মে’ অৰ্থাৎ কালি পুৱাৰে পৰা অসমত আৰম্ভ হ’ব এইবাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা।

ক’ৰোনাৰ দ্ৰুত সংক্ৰমণৰ মাজতো কালি ৰাজ্যত অনুষ্ঠিত হ’ব ভোটগণনা কাৰ্যসূচী।

ভোটগণনাৰ আৰম্ভণিতে প্ৰথমতে প’ষ্টেল বেলট সমূহৰ ভোটগণনা আৰম্ভ কৰা হ’ব।

আনহাতে বৰ্দ্ধিত ক’ৰোনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় নিৰ্বাচনী আয়োগে ভোটগণনাৰ বাবে বহুতো সতৰ্কতামূলক নীতি নিৰ্দেশনা জাৰি কৰিছে।

ভোটগণনাৰ লগত জড়িত বিষয়া সকলে গণনা কক্ষত প্ৰৱেশ কৰাৰ পুর্বে ক’ৰোনা পৰীক্ষাৰ ৰিপোৰ্ট জমা কৰিব লাগিব।

সকলো বিষয়াই ক’ৰোনা সমন্ধীয় নীতি নিৰ্দেশনা মানি চলাটো বাধ্যতামূলক কৰিছে নিৰ্বাচনী আয়োগে।

Photo Credit: Google

Tags: Assamassam assembly election 2021প'ষ্টেল বেলটভাৰতীয় নিৰ্বাচনী আয়োগভোটগণনা
Previous Post

ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হ’ল বলীউদৰ জনপ্ৰিয় অভিনেতা বিক্ৰমজিৎ কোঁৱৰপলৰ

Next Post

ক’ৰোনাত আক্ৰান্ত হৈ দিল্লীত মৃত্যু হ’ল অসম সন্তান জ্যেষ্ঠ সাংবাদিক অনিৰ্বাণ বৰা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ক’ৰোনাত আক্ৰান্ত হৈ দিল্লীত মৃত্যু হ’ল অসম সন্তান জ্যেষ্ঠ সাংবাদিক অনিৰ্বাণ বৰা

ক'ৰোনাত আক্ৰান্ত হৈ দিল্লীত মৃত্যু হ'ল অসম সন্তান জ্যেষ্ঠ সাংবাদিক অনিৰ্বাণ বৰা

ভাল খবৰ! অচিৰেই ঘৰলৈ উভতিব হোমেন বৰগোহাঞি

ভাল খবৰ! অচিৰেই ঘৰলৈ উভতিব হোমেন বৰগোহাঞি

কাইলৈ ভোটগণনাঃ শিৱসাগৰ, আমগুৰি আৰু থাওৰা সমষ্টিৰ মুঠ ১৪ গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যৎ নিৰ্ণয় হ’ব

কাইলৈ ভোটগণনাঃ শিৱসাগৰ, আমগুৰি আৰু থাওৰা সমষ্টিৰ মুঠ ১৪ গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যৎ নিৰ্ণয় হ'ব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8