কংগ্ৰেছে পুনৰ দেওবাৰে নিশা ১১ বজাত প্ৰথম পৰ্যায়ৰ ৩জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে।
তালিকাত নাম অন্তৰ্ভুক্ত হৈছে।
১. তিতাবৰৰ ১০০নং সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ভাস্কৰ জ্যোতি বৰুৱা।
২. নাওবৈচাৰ ১১০নং সমষ্টিৰ পৰা ভৰত চন্দ্ৰ নৰহক প্ৰদান কৰা হৈছে প্ৰাৰ্থিত্ব।
৩. ঢকুৱাখনাৰ ১১২নং সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিছে পদ্ম লোচন দলেক।
Photo: Google