• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

প্ৰি নিউ য়েৰ চেলিব্ৰেচনত অঘটন, সুৰা বুলি এচিড পান কৰি মৃত্যু ঘটিল ৩ জনৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
December 30, 2021
in সংবাদ, উত্তৰ পূৰ্বাঞ্চল, ক্ৰাইম, ৰাষ্ট্ৰীয়
0
প্ৰি নিউ য়েৰ চেলিব্ৰেচনত অঘটন, সুৰা বুলি এচিড পান কৰি মৃত্যু ঘটিল ৩ জনৰ
Share on FacebookShare on Twitter

নৱবৰ্ষক আদৰাৰ নামত আনন্দত মতলীয়া হৈছে একাংশ। ত্ৰিপুৰাৰ ধলাই জিলাত বুধবাৰে নিশা সংঘটিত হৈছে এক অঘটন। সুৰা বুলি এচিড পান কৰি মৃত্যুমুখত পৰিল ৩জনকৈ লোক।
কাঞ্চনচাৰা নামৰ অঞ্চলটোত প্ৰী নিউ য়েৰ চেলিব্ৰেচন হিচাপে এটা পাৰ্টিৰ আয়োজন কৰা হৈছিল আৰু তাত দহজন লোকে যোগদান কৰিছিল। নৱবৰ্ষক আদৰাৰ নামত লোককেইজনে প্ৰথমে অতিপাত সুৰা পান কৰে। সুৰাৰ ৰাগীত মতলীয়া হৈ তেওঁলোকে সুৰা আৰু এচিড চিনি নোপোৱা হয় আৰু সুৰা বুলি এচিডকে পান কৰে। নিহত ৩ গৰাকীৰ এজনৰ বয়স ২২ আৰু বাকী দুজনৰ বয়স ৪০ৰ উৰ্ধৰ।
ঘটনা সংঘটিত হোৱাৰ পাছতে আটাইকেইজনকে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে। বাকী ৭ জন লোক সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।

Previous Post

পুলৱামাত প্ৰথমবাৰৰ বাবে সংস্থাপন হ’ল গেছ ইনছুলেটেড চাবষ্টেচন

Next Post

৩১ ডিচেম্বৰত আইন ভংগকাৰীলৈ অসম আৰক্ষীৰ বিশেষ নিমন্ত্ৰণী পত্ৰ

Related Posts

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ দিলীপ গোস্বামীলৈ আয়ুস লিজেণ্ড সন্মান
সংবাদ

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ দিলীপ গোস্বামীলৈ আয়ুস লিজেণ্ড সন্মান

December 6, 2023
মহাবীৰ লাচিত বৰফুকনৰ জীৱনৰ পটভূমিত নিৰ্মিত ছুটী ছবি “লাচিত দ্য ৱাৰিয়ৰ”ৰ জয়যাত্ৰা অব্যাহত
সংবাদ

মহাবীৰ লাচিত বৰফুকনৰ জীৱনৰ পটভূমিত নিৰ্মিত ছুটী ছবি “লাচিত দ্য ৱাৰিয়ৰ”ৰ জয়যাত্ৰা অব্যাহত

December 6, 2023
পুনৰ এনকাউন্টাৰঃ নিহত দুধৰ্ষ ডকাইত!
সংবাদ

নগাঁৱত আৰক্ষীৰ এনকাউণ্টাৰ!

December 6, 2023
মহানগৰীৰ হোটেলত CIDৰ ASIৰ মৃতদেহ উদ্ধাৰ
সংবাদ

মহানগৰীত উৰণীয়া সেতুৰ পৰা দুৰ্বৃত্তই তললৈ পেলালে যুৱকক

December 5, 2023
৩০০ তকৈও অধিক ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা কৰ্মীয়ে যোগদান কৰিব BJP ত!
ৰাজনীতি

৩০০ তকৈও অধিক ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা কৰ্মীয়ে যোগদান কৰিব BJP ত!

December 5, 2023
“বিজয় উৎসৱৰ বাবে ভূপেন বৰাই আনি থোৱা ফটকাসমূহ মনে মনে শৌচাগাৰৰ টেংকীত পেলাই দিছে”
অসম

“বিজয় উৎসৱৰ বাবে ভূপেন বৰাই আনি থোৱা ফটকাসমূহ মনে মনে শৌচাগাৰৰ টেংকীত পেলাই দিছে”

December 4, 2023
Next Post
৩১ ডিচেম্বৰত আইন ভংগকাৰীলৈ অসম আৰক্ষীৰ বিশেষ নিমন্ত্ৰণী পত্ৰ

৩১ ডিচেম্বৰত আইন ভংগকাৰীলৈ অসম আৰক্ষীৰ বিশেষ নিমন্ত্ৰণী পত্ৰ

ক’লাৰ পিছত এইবাৰ পচাৰ গাত যোৰহাট আৰক্ষীৰ গুলী

ক’লাৰ পিছত এইবাৰ পচাৰ গাত যোৰহাট আৰক্ষীৰ গুলী

অসমৰ চৰকাৰী বন্ধৰ তালিকাত অন্তৰ্ভুক্ত হ’ল নতুনকৈ ৪টা দিন

অসমৰ চৰকাৰী বন্ধৰ তালিকাত অন্তৰ্ভুক্ত হ'ল নতুনকৈ ৪টা দিন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8