• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মুখ্যমন্ত্রীৰ জাল চহী কৰি কাম আৱন্টন কৰা ৪ অভিযুক্তক গ্ৰেপ্তাৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
September 13, 2021
in অসম, ক্ৰাইম, সংবাদ
1 min read
0
মুখ্যমন্ত্রীৰ জাল চহী কৰি কাম আৱন্টন কৰা ৪ অভিযুক্তক গ্ৰেপ্তাৰ
Share on FacebookShare on Twitter

২০২১ চনৰ ৮ ছেপ্টেম্বৰত মুখ্যমন্ত্রী কাৰ্য্যালয়ৰ পৰা দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ৪ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। মূল ঘটনা অনুসৰি উক্ত ৪ অভিযুক্তই মুখ্যমন্ত্ৰীৰ জাল স্বাক্ষৰৰ সৈতে লোহিত কন্সট্রাকশনৰ নামত কাম আৱণ্টন কৰাৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগ (পানী) এখন টোকা দিয়া হৈছিল।

সেই অনুসৰি দিচপুৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছিল আৰু আৰক্ষীয়ে তদন্ত চলাই কেইঘণ্টামানৰ ভিতৰতে গুৱাহাটী আৰক্ষী আৰু শিৱসাগৰ আৰক্ষীৰ যৌথ অভিযানত লোহিত কন্সট্রাকশনৰ সৈতে জড়িত ৪জন লোকক গ্ৰেপ্তাৰ কৰে আৰু পুংখানুপুংখভাৱে সোধা-পোছা কৰাত সত্য ফাদিল হয়।

উক্ত ঘটনাৰ সৈতে জড়িত ৪ অভিযুক্ত ক্ৰমেঃ

১. বিনিত পোদ্দাৰ
২. দীপজ্যোতি দত্ত
৩. জয়মিনী মোহন
৪. পংকজ গগৈ

ইপিনে, আৰক্ষীৰ অনুসন্ধানত প্ৰকাশ পাইছিল যে, ইমৰান শ্বাহ চৌধুৰী আৰু ৰাজী কলিতা নামৰ ব্যক্তি দুগৰাকীয়ে এজাহাৰ দাখিল কৰা বিষয়ে অৱগত হোৱাৰ লগে লগে দিল্লীলৈ পলায়ন কৰিছিল।

লগতে, ইমৰান শ্বা চৌধুৰীয়ে আন তিনিজন ব্যক্তিৰ সহায়ত জাল দস্তাবেজখন সৃষ্টি কৰিছিল বুলি আৰক্ষীৰ ওচৰত ভাষ্য প্ৰদান কৰে।

তেওঁলোক ক্ৰমেঃ

১. দিলীপ দাস ওৰফে ৰুবু
২. অনুপম চৌধুৰী
৩. প্ৰকাশ বসুমতাৰী

বৰ্তমান আৰক্ষীয়ে দুই অভিযুক্ত অনুপম চৌধুৰী আৰু প্ৰকাশ বসুমতাৰীৰ অনুসন্ধান অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে।

Tags: Assam PoliceCM Himanta Biswa Sarma
Previous Post

গুৱাহাটীত গ্ৰেপ্তাৰ ২৬ গৰাকী ম্যানমাৰৰ নাগৰিক:ভুৱা ভোটাৰ পৰিচয় পত্ৰ,আধাৰ কাৰ্ড জব্দ

Next Post

সুস্থ অৱস্থাত আছে ব্ৰহ্মপুত্ৰত উদ্ধাৰ হোৱা বেগটোৰ গৰাকী মদন পেগু

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
সুস্থ অৱস্থাত আছে ব্ৰহ্মপুত্ৰত উদ্ধাৰ হোৱা বেগটোৰ গৰাকী মদন পেগু

সুস্থ অৱস্থাত আছে ব্ৰহ্মপুত্ৰত উদ্ধাৰ হোৱা বেগটোৰ গৰাকী মদন পেগু

মাজুলীত বন্ধ হ’ব ব্যক্তিগত ফেৰীৰ চলাচল,ঘোষণা মুখ্যমন্ত্ৰীৰ

মাজুলীত বন্ধ হ'ব ব্যক্তিগত ফেৰীৰ চলাচল,ঘোষণা মুখ্যমন্ত্ৰীৰ

মহানগৰীত মোবাইল ভেনৰ জৰিয়তে উপলব্ধ গাহৰি মাংস

মহানগৰীত মোবাইল ভেনৰ জৰিয়তে উপলব্ধ গাহৰি মাংস

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8