ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি হৈছে ক’ৰোনা সংক্ৰমণৰ হাৰ।
দৈনিক অধিক হাৰত ক’ৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ লগতে মৃত্যু হৈছে বহু লোকৰ।
সোমবাৰে ৰাজ্যত ২৪ ঘণ্টাত ক’ৰোনাত আক্ৰান্ত হৈছে ৪৪৮৯ গৰাকী লোক।
আনহাতে মৃত্যু হৈছে ২৯ গৰাকী লোকৰ।
বৰ্তমান অসমত ক’ৰোনা আক্ৰান্তৰ সংখ্যা ২৬৩৪৫০ গৰাকী ।ৰাজ্যত সোমবাৰে সুস্থ হৈ উঠিছে ২৫৩৪ গৰাকী লোক।
অসমত বৰ্তমানলৈ সুস্থ হোৱা লোকৰ সংখ্যা হৈছে ২৩৪২৩৭ গৰাকী।
Summary of 03/5/2021
Today’s Total 4489
Overall Positivity Percentage (4489 cases out of 55939 test done = 8.02%)
Kamrup(M) 1645
Death 29
Recovery Rate 88.91%— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) May 3, 2021
Photo Credit : Google