• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

লোকভৱনৰ সন্মুখত ৫জন লোকৰ আত্মজাহৰ চেষ্টা; বাধা দিলে আৰক্ষীয়ে

Manoranjan Majumder by Manoranjan Majumder
February 5, 2021
in ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
লোকভৱনৰ সন্মুখত ৫জন লোকৰ আত্মজাহৰ চেষ্টা; বাধা দিলে আৰক্ষীয়ে
Share on FacebookShare on Twitter

শুকুৰবাৰে উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত ৫জন লোকে লোকভৱনৰ সন্মুখত আত্মজাহৰ চেষ্টা চলায়।

৩ গৰাকী মহিলা আৰু ২জন পুৰুষে নিজকে জ্বলোৱাৰ চেষ্টা চলাই, কিন্তু সময় থাকোতে তাত উপস্থিত থকা আৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদান কৰে।

উল্লেখ্য, আত্মজাহৰ চেষ্টা চলোৱা পৰিয়ালটো হৰদোইৰ বাসিন্দা, তেওঁলোকে লোকভৱনৰ সন্মুখত নিজৰ দেহত পেট্ৰ’ল ঢালি নিজকে জ্বলাৱোৰ প্ৰস্তুতি চলাই আছিল।

ভুক্তভোগী পৰিয়ালে কোৱা অনুসৰি হৰদোইত থকা তেওঁলোকৰ ঘৰটো কোনো লোকে দখল কৰিছে,

যাৰ বাবে তেওঁলোকে অশান্তিত ভুগিছে। আৰু ইয়াৰ বাবে তেওঁলোকে আত্মজাহৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে এজন লোকে উত্তৰ প্ৰদেশৰ বিধানভৱনৰ সন্মুখত নিজকে আত্মজাহ কৰিছিল।

ভূমি বিবাদৰ বাবে কাৰণে নিজৰ দেহত লগাইছিল জুই।

Photo: Google

Tags: crimeUttar Pradeshআত্মজাহউত্তৰ প্ৰদেশ
Previous Post

১৪ ফ্ৰেব্ৰুৱাৰীত অসমলৈ আহিব  যুৱৰাজ ৰাহুল গান্ধী

Next Post

বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত কংগ্ৰেছৰ বাম্পাৰ অফাৰ ৰাইজলৈ…

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
Ripun Bora

বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত কংগ্ৰেছৰ বাম্পাৰ অফাৰ ৰাইজলৈ…

Lumding

লামডিং সংৰক্ষিত বনাঞ্চলত বন মাফিয়া আৰু বন কৰ্মীৰ মাজত সংঘৰ্ষ, দুজনক গ্ৰেপ্তাৰ

মিয়া খলিফাৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ; পৰ্ণষ্টাৰ গৰাকীয়ে ক’লে- কৃষকৰ সৈতে থাকিম

মিয়া খলিফাৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ; পৰ্ণষ্টাৰ গৰাকীয়ে ক'লে- কৃষকৰ সৈতে থাকিম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8