• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মামাৰ জন্মদিন ; ছ’চিয়েল মিডিয়াত ভৰি পৰিছে শুভেচ্ছাবাণী

Manoranjan Majumder by Manoranjan Majumder
February 1, 2021
in অসম, বিবিধ, সংবাদ
1 min read
0
himanta biswa sarma
Share on FacebookShare on Twitter

নিউজ ডেস্কঃ অসমৰ এগৰাকী আগশাৰীৰ ৰাজনৈতিক নেতা৷ যিয়ে বৰ্তমান অসমৰ বিত্তমন্ত্ৰী, শিক্ষামন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰী দৰে গধুৰ দায়িত্বত বহন কৰি ৰাইজৰ সেৱা আগবঢ়ায় আহিছে ৷

তেওঁৰ নাম হ’ল ড০ হিমন্তবিশ্ব শৰ্মা ৷

যাক সম্প্ৰতি মামা বুলিও যুৱ প্ৰজন্মৰ মাজত পৰিচিত ৷

১৯৬৯ চনৰ ১ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা এইগৰাকী ৰাজনৈতিক নেতাই সম্প্ৰতি অসমৰ ৰাজনৈতিক পথাৰখনত দপদপাই আছে ৷

ছাত্ৰ কালতে সমাজ সেৱা আৰু ৰাজনীতিত খোজ দিয়া ড০ শৰ্মাই  ২০০১ৰ পৰা ২০১৫ বৰ্ষলৈ তিনিটা কাৰ্যকাল কংগ্ৰেছৰ হৈ জালুকবাৰী সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল ৷

উল্লেখযোগ্য যে ২০১৫ চনত হিমন্ত বিশ্ব শৰ্মাই বিজেপিত যোগদান কৰে ৷

২০১৬ চনত বিজেপিৰ টিকটত পুনৰ একেটা সমষ্টিৰ পৰা বিধায়কৰূপে নিৰ্বাচিত  হয় হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য, সোমবাৰে ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৫৩ বছৰীয়া জন্মদিনত উপলক্ষে শুভেচ্ছা জনালে ৰাজনৈতিক নেতাসকলৰ লগতে  তেওঁৰ গুণমুগ্ধ সকলেও ।

বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নড্ডায়ো সোমবাৰে টুইটযোগে অসম চৰকাৰৰ মন্ত্ৰীগৰাকীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে।

Tags: BPJHimanta Biswa SarmaSarbananda Sonowal
Previous Post

২০২১-২২ কেন্দ্ৰীয় বাজেটঃ স্বাস্থ্য বিভাগৰ কাৰণে আছে…

Next Post

দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত জনপ্ৰিয় কণ্ঠশিল্পী ৰূপম ভূঞা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
rupam bhuyan

দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত জনপ্ৰিয় কণ্ঠশিল্পী ৰূপম ভূঞা

kapil sharma

আনক হহুৱাই ভালপোৱা জনপ্ৰিয় কমেডিয়ানৰ মুখত এতিয়া হাঁহি, কিন্তু…কিয় ?

MoU

NESAC আৰু ASSTC মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8