• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ৰুষ্ট প্ৰকৃতিঃ ইটানগৰত বান-ভূমিস্খলনত ৬ জনৰ মৃত্যু

নিউজ ডেস্ক by নিউজ ডেস্ক
June 28, 2022
in সংবাদ, উত্তৰ পূৰ্বাঞ্চল
1 min read
0
ৰুষ্ট প্ৰকৃতিঃ ইটানগৰত বান-ভূমিস্খলনত ৬ জনৰ মৃত্যু
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ আপাৰ হলংগীত অঘটন। ভূমিস্খলন আৰু বানৰ ফলত নিহত হৈছে কেইবাজনো লোক। বানত উটি গৈছে ঘৰ। আজি হলংগী বিমান বন্দ পানী যোগানৰ কামত নিয়োজিত কলকাতাৰ এটা নিৰ্মাণ প্ৰতিষ্ঠানৰ এজন কৰ্মচাৰী ভূমিস্খলনত মৃত্যু হোৱাৰ খবৰ লাভ কৰাৰ পিছতেই বান পানীৰ ফলত আন কেইবাজনো লোক সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে।

জানিব পৰা মতে, ভূমিস্খলনে প্ৰথম ৩ জন লোকক পাহাৰীয়া মাটিয়ে হেচা মাৰি ধৰে যদিও ইয়াৰে ২ জনক জীৱন্তে উদ্ধাৰ কৰাৰ বিপৰীতে এজনৰ মৃত্যু হয়।

আনহাতে অৰুণাচল প্ৰদেশৰ আপাৰ হলংগীত আজি পুৱা চাৰিটি শিশুৱে আহাৰ গ্ৰহণ কৰি থকা সময়তে ঘৰটো নদীৰ পানীয়ে উটুৱাই নিয়ে। এই পৰ্যন্ত শিশু চাৰিটাৰ কোনো সন্ধান পোৱা নাই। আজি বিয়লি ৫ বজালৈকে অৰুণাচল প্ৰদেশৰ ইটানগৰ এলেকাত মুঠ ছয়জনৰ ভূমিস্খলন আৰু বান-বৰষুণৰ সংহাৰী ৰূপত মৃত্যু হোৱা বুলি প্ৰকাশ পাইছে।

Previous Post

বজালীৰ বান পৰিস্থিতি পৰিদৰ্শন মুখ্যমন্ত্রীৰ

Next Post

প্ৰধানমন্ত্ৰীৰ ‘মন কি বাত’ত অংশগ্ৰহণ সাংসদ কুইন ওজাৰ

Related Posts

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন
সংবাদ

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন

October 3, 2023
আলফালৈ পুনৰ  ১০জন, চৰকাৰক প্ৰত্যাহ্বান জনোৱাত সফল আলফা!
ক্ৰাইম

চোৰাংচোৱাগিৰি! দুই কেডাৰক মৃত্যুদণ্ড আলফা (স্বাঃ)ৰ

October 3, 2023
নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
Next Post
প্ৰধানমন্ত্ৰীৰ ‘মন কি বাত’ত অংশগ্ৰহণ সাংসদ কুইন ওজাৰ

প্ৰধানমন্ত্ৰীৰ 'মন কি বাত'ত অংশগ্ৰহণ সাংসদ কুইন ওজাৰ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ NSS গোটৰ যুৱ সন্মিলনত ৰাজ্যপালৰ অংশগ্ৰহণ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ NSS গোটৰ যুৱ সন্মিলনত ৰাজ্যপালৰ অংশগ্ৰহণ

মাইগ্লেমৰ POPXO SUNCARE মুকলি

মাইগ্লেমৰ POPXO SUNCARE মুকলি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8