• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

৬ শতাধিক মাটিৰ দালালক গ্রেপ্তাৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
September 23, 2021
in News, অসম, উত্তৰ পূৰ্বাঞ্চল, গুৱাহাটী, সংবাদ
0
৬ শতাধিক মাটিৰ দালালক গ্রেপ্তাৰ
Share on FacebookShare on Twitter

ৰাজ্যত মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশৰ পাছতে কঠোৰ স্থিতি গ্রহণ কৰি যোৱা প্রায় ৪৮ ঘণ্টাত ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা ৬ শতাধিক দালালক গ্রেপ্তাৰ কৰে৷ ইফালে আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ আতংকত ৰাজ্যৰ প্রান্তে প্রান্তে লাটমণ্ডল পলায়ন কৰাৰ তথ্য আহিছে৷ আৰক্ষীয়ে আজিও অভিযান অব্যাহত ৰাখে৷

মুখ্যমন্ত্রী ড০ শর্মাই এই অভিযান অব্যাহত ৰখা হ’ব বুলি ঘোষণা কৰে৷ লক্ষণীয় যে যোৱা ২০ ছেপ্টেম্বৰৰ নিশাৰ পৰা ৰাজ্যত মাটিৰ দালালৰ বিৰুদ্ধে চলা অভিযানত এই পর্যন্ত ছয় শতাধিক দালাল আৰক্ষীৰ জালত পৰিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রায় সাতশ মাটিৰ দালালৰ তথ্য থকাৰ কথা কালিয়েই ঘোষণা কৰিছিল৷

কালি সন্ধিয়ালৈ ৰাজ্যৰ মুঠ ৩১খন জিলাত ৫২০জন দালালক গ্রেপ্তাৰ কৰা হৈছিল৷ কিন্তু এই অভিযান কালি নিশা আৰু আজি দিনৰ ভাগতো অব্যাহত ৰখা হয়৷ ইফালে আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ ভয়ত ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা মাটিৰ দালালিত জড়িত বহু লাটমণ্ডল পলায়ন কৰিছে৷ আৰক্ষীয়ে বিচাৰি যোৱা বহু মণ্ডল সম্প্রতি আত্মগোপন কৰাৰ তথ্য পোৱা গৈছে৷ ধুবুৰী ৰাজহ চক্র বিষয়াৰ কার্যালয়ত অভিযান চলোৱা আৰক্ষীয়ে কেইবাজনো মণ্ডলে আত্মগোপন কৰাৰ বাবে গ্রেপ্তাৰ কৰিব নোৱাৰি বিমুখ হোৱাৰ তথ্য পোৱা গৈছে৷

আনহাতে, আৰক্ষীয়ে কালি গ্রেপ্তাৰ কৰা দালালসকলক আজি জিলাই জিলাই আদালতত হাজিৰ কৰোৱা হয়৷ আদালতত হাজিৰ কৰি একাংশ দালালক আৰক্ষীয়ে নিজৰ জিম্মাত লোৱাৰ বিপৰীতে আন একাংশ দালালক আদালতে কাৰাগাৰলৈ নিক্ষেপ কৰে৷ লক্ষণীয় যে কেৱল গুৱাহাটী মহানগৰীতে কালিলৈকে গ্রেপ্তাৰ হোৱা ৩১টা মাটিৰ দালালক আজি আদালতত হাজিৰ কৰা হয়৷

আদালতে সকলো দালালকে দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰে৷ আৰক্ষীয়ে নিজৰ জিম্মাত লোৱাৰ পাছতে ২৩টা দালালক পাণবজাৰস্থিত আৰক্ষীৰ ক্রাইম ব্রান্সলৈ নি মাৰাথন জেৰা কৰা হয়৷ আনহাতে, বজালীৰ ১৭টা দালালক গুৱাহাটীলৈ আনি ৰাজ্যৰ বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰা হয়৷ ধৃত দালালকেইটাৰ মাজত এজন চৰকাৰী শিক্ষকো থকাৰ বাবে সকলোকে বিশেষ আদালতত হাজিৰ কৰিবলগীয়া হয়৷ আদালতে ৭টা দালালক আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰাৰ বিপৰীতে আনকেইটাক কাৰাগাৰলৈ নিক্ষেপ কৰে৷

Tags: Assam CrimeAssam PoliceCircle OfficerCM Himanta Biswa SarmaGuwahati High Court
Previous Post

চোৰাং চিকাৰীলৈ উপহাৰ:আত্মসমৰ্পণ কৰা ৫৭টা চোৰাং চিকাৰীলৈ নগদ পঞ্চাশ হেজাৰ

Next Post

মুকলি হ’ব সকলো ৰাষ্ট্রীয় উদ্যান

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
মুকলি হ’ব সকলো ৰাষ্ট্রীয় উদ্যান

মুকলি হ’ব সকলো ৰাষ্ট্রীয় উদ্যান

গৰুখুটি অঞ্চলত বাস কৰা লোকসকল বিদেশী নহয়ঃ ৰাইজৰ দল

গৰুখুটি অঞ্চলত বাস কৰা লোকসকল বিদেশী নহয়ঃ ৰাইজৰ দল

The Radio Guy’ৰ সফলতাৰ পিছতে এইবাৰ সমুজ্জ্বল কাশ্যপৰ “Simple ছোৱালী”

The Radio Guy'ৰ সফলতাৰ পিছতে এইবাৰ সমুজ্জ্বল কাশ্যপৰ “Simple ছোৱালী”

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8