অসমত দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ৰোনা সংক্ৰমণৰ হাৰ।
দিনে দিনে অত্যাধিক হাৰত বৃদ্ধি হৈছে আক্ৰান্তৰ সংখ্যা।
বিগত ২৪ ঘণ্টাত অসমত পুনৰ আক্ৰান্ত হৈছে ৬৩৯ জন লোক।
COVID -19 Status
Summary of 18/4/2021Today’s Total 639
Overall Positivity Percentage (639 cases out of 23300 test done = 2.74%)
*Kamrup(M) 354*
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) April 18, 2021
ইয়াৰে কামৰূপ(মেট্ৰ’)ৰ ৩৫৪ জন,কামৰূপ গ্ৰাম্য ৩৫ জন।
বৰ্তমান অসমত চিকিৎসাধীন হৈ আছে ৫,২৭৮ গৰাকী ক’ৰোনা সংক্ৰমিত লোক।
লগতে বিগত ২৪ ঘণ্টাত মৃত্যুক সাৱটিলে ৬ গৰাকী লোকে।
মৃত্যু হোৱা লোক কেইজন কামৰূপ (মেট্ৰ’), বৰপেটা,ধেমাজি,মৰিগাঁও,তিনিচুকীয়া, ধেমাজি জিলাৰ বুলি জানিব পৰা গৈছে।
Photo Credit: Google