৯৩ সংখ্যক একাডেমী এৱাৰ্ডছৰ কৰা হ’ল ঘোষণা।
এই বছৰ অস্কাৰত নমালেণ্ড ছবিখনে দেখুৱালে যাদু। এই ছবিখনে শ্ৰেষ্ঠ ছবিৰ খিতাপ আজুৰিছে।
লগতে এই ছবিখনে শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ পৰিচালকৰ এৱাৰ্ডো দখল কৰিছে।
শ্ৰেষ্ঠ অভিনেতাৰ এৱাৰ্ড আজুৰিবলৈ সক্ষম হয় দ্য়ি ফাডাৰ ছবিৰ বাবে এন্থনী হপকিনছে্।
কোনখন ছবিয়ে কি এৱাৰ্ড জয় কৰিছেঃ-
The Father ছবিৰ বাবে Anthony Hopkinsক শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ এৱাৰ্ড দিয়া হৈছে।
Nomalandৰ বাবে Frances McDormandয়ে শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ অৰ্জন কৰে।
Nomalandয়ে শ্ৰেষ্ঠ ছবিৰ অস্কাৰ এৱাৰ্ড নিজৰ দখললৈ আনে।
Original Songৰ এৱাৰ্ড লাভ কৰিছে Fight For Youয়ে।
ফিল্ম এডিটিঙৰ অস্কাৰ এৱাৰ্ড লাভ কৰিছে Sound Of Metalয়ে।
The Father ছবিখনে Adopted Screenplayৰ এৱাৰ্ড আজুৰে।
Mankয়ে শ্ৰেষ্ঠ Cinematographyৰ এৱাৰ্ড দখল কৰে। এই ছবিখনৰ বাবে Erik Messerschmidtক এৱাৰ্ড প্ৰদান কৰা হ’ল। এই ছবিখনে Best production designৰ এৱাৰ্ডো নিজৰ দখললৈ আনে।
Nomaland ছবিৰ বাবে পৰিচালক Chloe Chaoয়ে অস্কাৰ এৱাৰ্ড আজুৰিবলৈ সক্ষম হয়।
Yuh-Jung Younয়ে মিনাৰী ছবিৰ বাবে শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ এৱাৰ্ড আজুৰে। এই এৱাৰ্ড লাভ কৰি তেওঁ গঢ়িলে ইতিহাস। এই পুৰষ্কাৰ লাভ কৰা তেওঁ প্ৰথমগৰাকী কোৰিয়ান মহিলা।
Best visual effects- Tenet
Best costume design- Black Bottom
Best make-up, hair- Black Bottom
Best documentary feature- My Octopus Teacher
এইবাৰ সেইসমূহ ছবিয়ে স্থান দখল কৰিছে যিসমূহ ছবি ২০২০ৰ ১ জানুৱাৰীৰ পৰা ২০২১ৰ ২৮ ফেব্ৰুৱাৰীৰ মাজত মুকলি হৈছে।
অস্কাৰ এৱাৰ্ডৰ আয়োজন কৰা হৈছিল Los Angelesৰ ডলবী থিয়েটাৰ আৰু ইউনিয়ন ষ্টেচনত কৰা হৈছিল।
Photo: Google