• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

নিউজ ডেস্ক by নিউজ ডেস্ক
October 2, 2023
in সংবাদ, অসম
1 min read
0
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

A girl showing 5 with her fingers

Share on FacebookShare on Twitter

মহানগৰীৰ বি বৰুৱা কলেজৰ প্ৰাণী বিজ্ঞান বিভাগৰ প্ৰবক্তা ড০ চাবিনা লাংথাছাৰ ঘৃণনীয় কাণ্ড! বি বৰুৱা কলেজৰ প্ৰবক্তাগৰাকীয়ে ঘৰুৱা কাম কৰিবলৈ নিয়োগ কৰিছিল ১০ বছৰীয়া কিশোৰীক। ব্যৱসায়ী স্বামীৰ সৈতে মিলি গাত গৰম ইস্ত্ৰি লগাই শাস্তি বিহিছিল ১০ বছৰীয়া কিশোৰীক। শেহতীয়াকৈ ৰাজ্যত ধাৰাবাহিকভাৱে সংঘটিত হৈছে শিশুৰ ওপৰত নিৰ্যাতন। চুৰি কৰি অনা দুটি শিশুৰ ওপৰত বীভৎস নিৰ্যাতন চলাই এতিয়া ৰঙাঘৰত আছে কোটিপতি চিকিৎসক দম্পতি ডাক্তৰ সংগীতা দত্ত আৰু ডাক্তৰ ৱালিউল ইছলাম।
এইবাৰ বি বৰুৱা কলেজৰ প্ৰবক্তাই উমৰাংছুৰ দৰিদ্ৰ মাক-দেউতাকৰ পৰা অনা ১০ বছৰীয়া এগৰাকী কিশোৰীক নিৰ্যাতন চলাই দেখুৱালে বীৰত্ব। নিজে লাখ টকীয়া দৰমহাৰ চাকৰি কৰে, স্বামী প্ৰতিষ্ঠিত ব্যৱসায়ী, কিন্তু তাৰ পাছতো ১০ বছৰীয়া কিশোৰীক দুবেলা-দুসাজ খুৱাবলৈ নোজোৰে পৰিয়ালটোৰ। ইফালে পৰিয়ালটো থাকে মহানগৰীৰ ভগদত্তপুৰৰ পিয়া এক্সটিকা নামৰ বিলাসী এপাৰ্টমেণ্টত। অৰ্ধাহাৰে অনাহাৰে থকা কিশোৰীগৰাকীক ৪ মহীয়া সন্তানটি গতাই কামে কাজে ওলাই যায় স্বামী-স্ত্ৰী। সেই কামত সামান্য গাফিলতি হ’লেই নিজকে বুজি নোপোৱা কিশোৰীৰ গাত গৰম ইস্ত্ৰী লগাই ৰং চায় ড০ চাবিনা লাংথাছাৰ লগতে স্বামী প্ৰেমা হাস্নু।

Previous Post

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

Next Post

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

Related Posts

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ দিলীপ গোস্বামীলৈ আয়ুস লিজেণ্ড সন্মান
সংবাদ

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ দিলীপ গোস্বামীলৈ আয়ুস লিজেণ্ড সন্মান

December 6, 2023
মহাবীৰ লাচিত বৰফুকনৰ জীৱনৰ পটভূমিত নিৰ্মিত ছুটী ছবি “লাচিত দ্য ৱাৰিয়ৰ”ৰ জয়যাত্ৰা অব্যাহত
সংবাদ

মহাবীৰ লাচিত বৰফুকনৰ জীৱনৰ পটভূমিত নিৰ্মিত ছুটী ছবি “লাচিত দ্য ৱাৰিয়ৰ”ৰ জয়যাত্ৰা অব্যাহত

December 6, 2023
পুনৰ এনকাউন্টাৰঃ নিহত দুধৰ্ষ ডকাইত!
সংবাদ

নগাঁৱত আৰক্ষীৰ এনকাউণ্টাৰ!

December 6, 2023
মহানগৰীৰ হোটেলত CIDৰ ASIৰ মৃতদেহ উদ্ধাৰ
সংবাদ

মহানগৰীত উৰণীয়া সেতুৰ পৰা দুৰ্বৃত্তই তললৈ পেলালে যুৱকক

December 5, 2023
৩০০ তকৈও অধিক ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা কৰ্মীয়ে যোগদান কৰিব BJP ত!
ৰাজনীতি

৩০০ তকৈও অধিক ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা কৰ্মীয়ে যোগদান কৰিব BJP ত!

December 5, 2023
“বিজয় উৎসৱৰ বাবে ভূপেন বৰাই আনি থোৱা ফটকাসমূহ মনে মনে শৌচাগাৰৰ টেংকীত পেলাই দিছে”
অসম

“বিজয় উৎসৱৰ বাবে ভূপেন বৰাই আনি থোৱা ফটকাসমূহ মনে মনে শৌচাগাৰৰ টেংকীত পেলাই দিছে”

December 4, 2023
Next Post
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ'ব 'অমৃত বন'

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8