• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

তেজস্বিতাৰ মৃত্যুৰ দণ্ডাধীশ পৰ্যায়ৰ অনুসন্ধান আৰম্ভ

নিউজ ডেস্ক by নিউজ ডেস্ক
October 8, 2022
in সংবাদ, অসম
1 min read
0
তেজস্বিতাৰ মৃত্যুঃ চিকিৎসকৰ গাফিলতিৰ কথ‍া অস্বীকাৰ অতিৰিক্ত উপায়ুক্তৰ
Share on FacebookShare on Twitter

তেজস্বিতা বৰা নামৰ মাজুলীৰ এগৰাকী প্ৰতিভাৱান কণ্ঠশিল্পীয়ে যোৱা ৫ অক্টোবৰত আকস্মিকভাৱে মৃত্যুক সাৱটি লয়। চিকিৎসালয়ৰ গাফিলতিৰ বাবে তেজস্বিতাই নিজৰ জীৱন ঘূৰাই নাপালে বুলি দাবী কৰিছিল পৰিয়াল তথা তেজস্বিতাৰ মৃত্যুৰ প্রত্যক্ষদৰ্শীয়ে।

তেজস্বিতাৰ মৃত্যুৰ দণ্ডাধীশ পৰ্যায়ৰ অনুসন্ধান ইতিমধ্যে আৰম্ভ কৰা হৈছে। অনুসন্ধানৰ দায়িত্ব অপৰ্ণ কৰা হৈছে মাজুলীৰ অতিৰিক্ত জিলা দণ্ডাধীশ ড০ সঞ্জীৱ কুমাৰ ফুকনক। তেজস্বিতাৰ মৃত্যুৰ প্রত্যক্ষদৰ্শী, দল-সংগঠনক বক্তব্য আগবঢ়োৱাৰো আহ্বান জনাইছে অতিৰিক্ত জিলা দণ্ডাধীশে।

মাজুলী জিলা দণ্ডাধীশৰ কাৰ্যালয়ত নিজৰ নিজৰ বক্তব্য লিপিবদ্ধ কৰিব পাৰিব। দিনৰ ১২ বজাৰ পৰা ৩ বজাৰ ভিতৰত বক্তব্য লিপিবদ্ধ কৰাৰ আহ্বান জনালে মাজুলীৰ অতিৰিক্ত জিলা দণ্ডাধীশে।

Previous Post

পৰ্বত আৰোহণৰ প্ৰশিক্ষণ ল’বলৈ গৈ সন্ধানহীন হোৱা দীপশিখাৰ মৃতদেহ উদ্ধাৰ

Next Post

জাত পাত, বৰ্ণ প্ৰথা সমূলি পৰিত্যাগ কৰকঃ মোহন ভাগৱত

Related Posts

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন
সংবাদ

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন

October 3, 2023
আলফালৈ পুনৰ  ১০জন, চৰকাৰক প্ৰত্যাহ্বান জনোৱাত সফল আলফা!
ক্ৰাইম

চোৰাংচোৱাগিৰি! দুই কেডাৰক মৃত্যুদণ্ড আলফা (স্বাঃ)ৰ

October 3, 2023
নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
Next Post
জাত পাত, বৰ্ণ প্ৰথা সমূলি পৰিত্যাগ কৰকঃ মোহন ভাগৱত

জাত পাত, বৰ্ণ প্ৰথা সমূলি পৰিত্যাগ কৰকঃ মোহন ভাগৱত

যশস্বী কণ্ঠশিল্পী সুদক্ষিণা শৰ্মাৰ অস্ত্ৰোপচাৰ সম্পন্ন

যশস্বী কণ্ঠশিল্পী সুদক্ষিণা শৰ্মাৰ অস্ত্ৰোপচাৰ সম্পন্ন

জামিনৰ ভুৱা ৰায় থানাত দাখিল কৰি গ্রেপ্তাৰ অধিবক্তা!

জামিনৰ ভুৱা ৰায় থানাত দাখিল কৰি গ্রেপ্তাৰ অধিবক্তা!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8