• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

পৰিয়ালৰ কথা ভাবক; যাৰ কবলত আছে, কোনোৱে বিভ্ৰান্তি সৃষ্টি নকৰি ৰিতুল শইকীয়াক মুকলি কৰকঃ আছু

Manoranjan Majumder by Manoranjan Majumder
May 1, 2021
in অসম, বিবিধ, ৰাজনীতি, সংবাদ
1 min read
0
পৰিয়ালৰ কথা ভাবক; যাৰ কবলত আছে, কোনোৱে বিভ্ৰান্তি সৃষ্টি নকৰি ৰিতুল শইকীয়াক মুকলি কৰকঃ আছু
Share on FacebookShare on Twitter

ONGCৰ কৰ্মচাৰী ৰিতুল শইকীয়াৰ অপহৰণৰ আজি ১১ দিনত ভৰি দিলেহি।

আজিও উদ্ধাৰ কৰিব নোৱাৰিলে চৰকাৰ অথবা সেনাবাহিনীয়ে।

তিতাবৰ বৰহোলা নাঙল গাঁৱৰ যুৱক ৰিতুল শইকীয়াৰ ঘৰত শনিবাৰে উপস্থিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱা ৷

ৰিতুল শইকীয়াৰ ঘৰত শংকৰ জ্যোতি বৰুৱা উপস্থিত হৈ সংবাদমাধ্যমৰ ওচৰত আলফাক আহ্বান জনালে যে,

ৰিতুল শইকীয়াক অপহৰণ কৰা সম্পৰ্কত স্থিতি স্পষ্ট কৰক।

ইফালে ৰিতুলৰ মাতৃয়ে কান্দি কান্দি শোকত ভাগি পৰি হাতত তামোল-পানৰ শৰাই লৈ শংকৰ জ্যোতি বৰুৱাক আহ্বান জনালে ‘মোৰ লৰাটোক ঘূৰাই দিয়ক’।

সাংবাদিকৰ লগত হোৱা কথা বাৰ্তাত আছুৰ সম্পাদক শংকৰ জ্যোতি বৰুৱাই ৰিতুল শইকীয়া অপহৰণ সম্পৰ্কত আলফাক স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাই কয় যে,

থলগিৰীৰ কথা কোৱা আলফাৰ এনে কাৰ্য কেতিয়াও মানি ল’ব নোৱাৰে বুলি মন্তব্য প্ৰদান কৰে।

এই মহামাৰীৰ সময়ত ৰিতুলৰ বৃদ্ধ পিতৃ-মাতৃ আৰু পত্নী সহ ৪ মহীয়া পুত্ৰ সন্তানৰ কথা ভাবক আৰু যাৰেই কৱলত আছে, সেয়া লাগিলে প্ৰশাসনেই হওক, সেনাবাহিনীয়েই হওক নাইবা আলফা স্বাধীনেই হওক কোনেও বিভ্ৰান্তিৰ সৃষ্টি নকৰি ৰাজনীতি পৰিহাৰ কৰি ৰিতুল শইকীয়াক মুক্তি দিবৰ বাবে আহ্বান জনাইছো।

Photo: Headline8

Tags: AASUAssamONGCONGCৰ কৰ্মীShankar Jyoti BaruahUlfa(I)অসমআছুশংকৰ জ্যোতি বৰুৱা
Previous Post

সীমান্তত জোৱানৰ পহৰা স্বত্ত্বেও ভাৰতত সোমাই বাংলাদেশী নাগৰিক!

Next Post

সংগীত জগতৰ বাবে আন এক দুঃখবৰ; কণ্ঠশিল্পী ডঃ বিজয়লক্ষ্মী দাসৰ দেহাৱসান

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
সংগীত জগতৰ বাবে আন এক দুঃখবৰ; কণ্ঠশিল্পী ডঃ বিজয়লক্ষ্মী দাসৰ দেহাৱসান

সংগীত জগতৰ বাবে আন এক দুঃখবৰ; কণ্ঠশিল্পী ডঃ বিজয়লক্ষ্মী দাসৰ দেহাৱসান

কটকটীয়া নিৰাপত্তাৰ মাজেৰে ১০১ নম্বৰ মৰিয়নি বিধানসভাৰ সমষ্টিৰ ভোটগণনা আৰম্ভ

কটকটীয়া নিৰাপত্তাৰ মাজেৰে ১০১ নম্বৰ মৰিয়নি বিধানসভাৰ সমষ্টিৰ ভোটগণনা আৰম্ভ

ৰাজ্যজুৰি আৰম্ভ হ’ল বহু প্ৰতীক্ষিত অসম বিধানসভা নিৰ্বাচন ২০২১ ৰ ভোটগণনা

ৰাজ্যজুৰি আৰম্ভ হ’ল বহু প্ৰতীক্ষিত অসম বিধানসভা নিৰ্বাচন ২০২১ ৰ ভোটগণনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8