অভিনেত্ৰী তথা কংগ্ৰেছৰ নেত্ৰী নাগমা মৰাৰোজী আক্ৰান্ত হ’ল ক’ৰোনাত।
এক টুইট যোগে এই কথা প্ৰকাশ কৰিছে নাগমাই।
Had taken my 1st dose of Vaccine a few days ago tested for Covid-19 yest, my test has come ‘Positive’ so Quarantined myself at home. All Please take care and take al necessary precautions even after taking the 1st dose of Vaccine do not get complacent in anyway manner #staysafe !
— Nagma (@nagma_morarji) April 7, 2021
জনাইছে যে ২এপ্ৰিলত তেওঁ ক’ৰোনাৰ প্ৰতিষেধক লৈছিল কিন্তু তাৰ পিছতো আকৌ এতিয়া আক্ৰান্ত হৈছে কোভিডত।
বৰ্ত্তমান তেওঁ নিজ বাসগৃহত থাকি কোৱাৰেণ্টাইন হৈ থাকিব বুলি জনাইছে।
লগতে সকলোকে ক’ৰোনা মহামাৰীৰ পৰা ৰক্ষা পাবলৈ সতৰ্ক আৰু সজাগ হবলৈ আহ্বান জনাইছে।
Photo Credit:Google