• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বন্যাৰ্তলৈ সহায়ৰ হাত আদানী ফাউণ্ডেচনৰ

Leena Gogoi by Leena Gogoi
June 27, 2022
in সংবাদ, অসম
1 min read
0
বন্যাৰ্তলৈ সহায়ৰ হাত আদানী ফাউণ্ডেচনৰ
Share on FacebookShare on Twitter

সম্প্রতি বান বিধ্বস্ত গঞাক এধানি সহায়ৰ হাত আগবঢ়াবলৈ বিভিন্ন বেচৰকাৰী দল-সংগঠনে তৎপৰতা অৱলম্বন কৰি থকাৰ সমান্তৰালকৈ আজি গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ আদানী ফাউণ্ডেচনে হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত বৌচি গাওঁৰ প্ৰায় তিনি শতাধিক পৰিয়ালৰ মাজত কিছু সাহায্য সামগ্ৰী বিতৰণ কৰে।

বৰঝাৰ বিমানবন্দৰৰ মুখ্য বিমানবন্দৰ বিষয়া উৎপল বৰুৱা, মুখ্য মানৱ সম্পদ বিষয়া বনজিৎ ওজা , জনসম্পৰ্কৰক্ষী বিষয়া ভৈৰৱ বৰুৱা, মুখ্য কাৰিকৰী বাণিজ্যিক বিষয়া অতুল সান্দিল্য আৰু মুখ্য গনমাধ্যম বিষয়া ৰুমা দেৱী বৌচি গাঁৱত উপস্থিত হৈ বন্যাৰ্ত সকলৰ মাজত চাউল, দাইল, আটা, চেনী, চাহপাত, বিস্কুট, গাখীৰ, আলু , নিমখ , হালধি, চিৰা, মুৰী, চাবোন আদিৰ লগতে শাক-পাচলি বিতৰণ কৰে। আদানী ফাউণ্ডেচনৰ এনে মহান পদক্ষেপক বৌচি গাঁৱৰ বন্যাৰ্ত গঞাই কৃতজ্ঞতা জ্ঞাপন কৰে ।

Previous Post

ছোনিয়া গান্ধীৰ সহায়কৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ!

Next Post

মহানগৰীৰ ICICI একাডেমি ফৰ স্কিলচত পথ-সুৰক্ষা বিষয়ক পাঠদান পৰিবহণ বিভাগৰ

Related Posts

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন
সংবাদ

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন

October 3, 2023
আলফালৈ পুনৰ  ১০জন, চৰকাৰক প্ৰত্যাহ্বান জনোৱাত সফল আলফা!
ক্ৰাইম

চোৰাংচোৱাগিৰি! দুই কেডাৰক মৃত্যুদণ্ড আলফা (স্বাঃ)ৰ

October 3, 2023
নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
Next Post
মহানগৰীৰ ICICI একাডেমি ফৰ স্কিলচত পথ-সুৰক্ষা বিষয়ক পাঠদান পৰিবহণ বিভাগৰ

মহানগৰীৰ ICICI একাডেমি ফৰ স্কিলচত পথ-সুৰক্ষা বিষয়ক পাঠদান পৰিবহণ বিভাগৰ

মুখ্যমন্ত্ৰীৰ বান-সাহাৰ্য পুজিলৈ ব্যৱসায়ী মইনুল আলিৰ ৫ লাখ টকাৰ সাহাৰ্য

মুখ্যমন্ত্ৰীৰ বান-সাহাৰ্য পুজিলৈ ব্যৱসায়ী মইনুল আলিৰ ৫ লাখ টকাৰ সাহাৰ্য

সূর্য্য চিমেন্টে মুকলি কৰিলে নতুন কৰ্পোৰেট চং “সূর্য্য উঠা দেশত সূর্য্য ভৰষা”

সূর্য্য চিমেন্টে মুকলি কৰিলে নতুন কৰ্পোৰেট চং "সূর্য্য উঠা দেশত সূর্য্য ভৰষা"

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8