• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অতিৰিক্ত আৰক্ষী সঞ্চালক প্রধান হীৰেন নাথক মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষৰ অতিৰিক্ত দায়িত্ব

নিউজ ডেস্ক by নিউজ ডেস্ক
December 28, 2021
in সংবাদ, অসম, ৰাজনীতি
1 min read
0
অতিৰিক্ত আৰক্ষী সঞ্চালক প্রধান হীৰেন নাথক মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষৰ অতিৰিক্ত দায়িত্ব
Share on FacebookShare on Twitter

অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্রধান হীৰেন নাথক মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষৰ তদন্ত প্রক্রিয়া নিৰীক্ষণৰ অতিৰিক্ত দায়িত্ব অর্পণ কৰা হৈছে৷ এই সন্দর্ভত গৃহ বিভাগৰ প্রধান সচিবে এক নির্দেশনা জাৰি কৰিছে৷ উল্লেখযোগ্য যে শেহতীয়াকৈ মুখ্যমন্ত্রীৰ তদাৰকী কোষত বহু হাই প্রফাইল আমোলা-বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে আৰু তদন্তকাৰী সংস্থাটোৱে গ্রেপ্তাৰো কৰিছে৷

তাৰ মাজতেই আৰু কেইগৰাকীমান শীর্ষ আমোলা-বিষয়া গ্রেপ্তাৰ হ’বলৈ বাকী থকা সময়ত গৃহ বিভাগে আজি ভাৰতীয় আৰক্ষী সেৱাৰ শীর্ষ বিষয়া হীৰেন নাথক তদন্তসমূহ নিৰীক্ষণ কৰাৰ বাবে অতিৰিক্ত দায়িত্ব অর্পণ কৰা কার্য গুৰুত্বপূর্ণ বুলি বিবেচিত হৈছে৷ ইফালে গৃহ বিভাগে আজি আন কেইবাগৰাকী উপ-মহাপৰিদর্শকক মহাপৰিদর্শকলৈ পদোন্নতি দিয়ে৷

Previous Post

ক্ৰিকেটাৰ সৌৰভ গাংগুলী আক্ৰান্ত হৈছে ক’ৰোনাত

Next Post

এদিনতে ৯৫ সুৰামত্ত লোকৰ অনুজ্ঞাপত্ৰ বাতিল মহানগৰ আৰক্ষীৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
এদিনতে ৯৫ সুৰামত্ত লোকৰ অনুজ্ঞাপত্ৰ বাতিল মহানগৰ আৰক্ষীৰ

এদিনতে ৯৫ সুৰামত্ত লোকৰ অনুজ্ঞাপত্ৰ বাতিল মহানগৰ আৰক্ষীৰ

বহু ৰাজনৈতিক উত্থান-পতনৰ সাক্ষী ২০২১ বর্ষ

বহু ৰাজনৈতিক উত্থান-পতনৰ সাক্ষী ২০২১ বর্ষ

CORBEVAX আৰু COVOVAX  ভেকচিন ব্যৱহাৰত অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ

CORBEVAX আৰু COVOVAX ভেকচিন ব্যৱহাৰত অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8