ভোটগ্ৰহণ সমাপ্তিৰ পিছতে উতপ্ত পৰিস্থিতি কলাইগাঁও ৰাজাপুখুৰীত, নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কৰা গুলিচালনাত কেইবাজনো আহত।
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত আৰক্ষী মোতায়েন। আৰক্ষীয়ে কেইবাজাঁই গুলি কৰে শূণ্য লৈ।
গুলিচালনাতে ভোটকেন্দ্ৰৰ কেইবাজনো লোক আহত হয়।
আৰক্ষীৰ গুলিত এজন গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত।
সন্ধিয়া ভোট গ্ৰহণ সমাপ্তি হোৱাৰ পিছত এটা EVM মেচিন নিৰুদেশ হোৱাৰ অভিযোগ উত্থাপন ভোটাৰে পৰিস্থিতি উত্তাল কৰে।
Photo credit: Google