ৰাজ্যত দিনক দিনে বৃদ্ধি হৈ গৈয়ে আছে ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। লগে লগে
উদ্বেগজনক ভাৱে বাঢ়িয়েই আছে মৃত্যু হোৱা ৰোগীৰ সংখ্যাও।
ৰাজ্যৰ এই পৰিস্থিতিক লৈ বাতিল কৰা হ’ল উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা।
যিসকল ছাত্ৰ-ছাত্ৰীয়ে অনলাইনৰ জৰিয়তে প্ৰ-পত্ৰ পূৰণ কৰিলে তেওঁলোকক দ্বিতীয় বৰ্ষলৈ উন্নিত কৰা হৈছে।
উল্লেখ্য ২০২০ বৰ্ষটো প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল কৰিছিল ক’ভিডৰ বাবে।
Photo: Headline8