• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ৰাজ্যত AIDS ৰ ভয়াবহ ৰূপ : গৰ্ভৱতী মহিলাসহ প্ৰায় ২১ হেজাৰ লোক আক্ৰান্ত

নিউজ ডেস্ক by নিউজ ডেস্ক
December 29, 2021
in সংবাদ, অসম, গুৱাহাটী
0
ৰাজ্যত AIDS ৰ ভয়াবহ ৰূপ : গৰ্ভৱতী মহিলাসহ প্ৰায় ২১ হেজাৰ লোক আক্ৰান্ত
Share on FacebookShare on Twitter

কোভিড সংক্ৰমণৰ মাজতে ৰাজ্যৰ বাবে আহিছে আন এক উদ্বেগজনক খবৰ। অসমত ভয়ংকৰ ভাৱে বৃদ্ধি পাইছে এইডছ আক্ৰান্ত ৰোগীৰ সংখ্যা। কামৰূপ জিলা এইডছ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কোষৰ উদ্যোগত অনুষ্ঠিত এক কৰ্মশালাত এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে।
আমিনগাওঁ যুৱ বিকাশ কেন্দ্ৰত অনুষ্ঠিত উক্ত কৰ্মশালাত জিলা এইডছ নিয়ন্ত্ৰণ বিষয়াই সদৰি কৰে যে, বিগত ৩১ অক্টোৱৰ পৰ্যন্ত ৰাজ্যত মুঠ ২০,৮৪১ গৰাকী লোকৰ দেহত ধৰা পৰিছে এইডছ। এই ২০, ৮৪১ গৰাকী এইডছ আক্ৰান্তৰ লোকৰ ভিতৰত আছে ১,৮১১ গৰাকী গৰ্ভৱতী মহিলা।
উল্লেখ্য যে, কেৱল কামৰূপ জিলাতে আছে ৩৫৮ গৰাকী এইডছ আক্ৰান্ত ৰোগী। শেহতীয়াকৈ ৰাজ্যৰ ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ হোৱাৰ পিছতে এইডছ আক্ৰান্তৰ এই ভয়াবহ ছবিখন পোহৰলৈ আহিছে।

Previous Post

দেশত ৭৮১ জনলৈ বৃদ্ধি পালে অমিক্ৰনত আক্ৰান্তৰ সংখ্যা

Next Post

ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱসৰ অনুষ্ঠানত অসমৰ নীৰজ বাৰ্মা আৰু এ চি খাটনিয়াৰলৈ বঁটা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱসৰ অনুষ্ঠানত অসমৰ নীৰজ বাৰ্মা আৰু এ চি খাটনিয়াৰলৈ বঁটা

ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱসৰ অনুষ্ঠানত অসমৰ নীৰজ বাৰ্মা আৰু এ চি খাটনিয়াৰলৈ বঁটা

অমিক্ৰন সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীৰ কেবিনেট বৈঠক আহ্বান

অমিক্ৰন সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীৰ কেবিনেট বৈঠক আহ্বান

শীঘ্ৰেই ১৮ লাখ কিশোৰক টিকাকৰণৰ লক্ষ্য অসম চৰকাৰৰ

শীঘ্ৰেই ১৮ লাখ কিশোৰক টিকাকৰণৰ লক্ষ্য অসম চৰকাৰৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8