• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বৰঝাৰৰ বায়ু সেনা চাউনি পৰিদৰ্শন এয়াৰ মাৰ্শ্বেল এছ পি ধাৰকৰৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
December 8, 2022
in সংবাদ, অসম, গুৱাহাটী
1 min read
0
বৰঝাৰৰ বায়ু সেনা চাউনি পৰিদৰ্শন এয়াৰ মাৰ্শ্বেল এছ পি ধাৰকৰৰ
Share on FacebookShare on Twitter

ভাৰতীয় বায়ু সেনাৰ শ্বিলংস্থিত ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বী তথা এয়াৰ অফিচাৰ কমাণ্ডিং ইন চিফ, এয়াৰ মাৰ্শ্বেল এছ পি ধাৰকৰে ৫ ডিচেম্বৰত বৰঝাৰস্থিত ভাৰতীয় বায়ু সেনাৰ চাউনি পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত চাউনিত তেওঁক আদৰণি জনায় বৰঝাৰৰ বায়ু সেনা চাউনিৰ এয়াৰ অফিচাৰ কমাণ্ডিং, এয়াৰ কম’ডৰ অতুল সাগৰে।

আনহাতে পৰিদৰ্শন কালত এয়াৰ মাৰ্শ্বেল ধাৰকৰে বায়ু সেনা চাউনিত থকা বিভিন্ন ইউনিট পৰিদৰ্শন কৰি তাৰ দায়িত্ববাহী বিষয়া – জোৱান আৰু কৰ্মচাৰী সকলৰ সৈতে মত বিনিময় কৰে। ইয়াৰ উপৰিও ধাৰকৰে অভিযানত ব্যৱহাৰ হোৱাকৈ চাউনিত মজুত কৰি ৰখা বিভিন্ন শ্ৰেণীৰ বিমান, সামগ্ৰী, সা – সঁজুলি আদিৰ বুজ লয় আৰু যিকোনো পৰিস্থিতিৰ সন্মুখীন হলে তাক মোকাবিলা কৰিবলৈ সাজু হৈ থাকিবলৈ আহ্বান জনায়। আনহাতে পৰিদৰ্শন উপলক্ষে অনুষ্ঠিত অক্টোবৰ অনুষ্ঠানত এছ পি ধাৰকৰে উপস্থিত সকলোকে সম্বোধন কৰাৰ লগতে ভাল কাম কৰা সকলক প্ৰশংসা কৰে।

Previous Post

কাজিৰঙাত নিৰ্মাণ হ’ব পঞ্চতাৰকাযুক্ত ৰিজ’ৰ্ট

Next Post

৩ মাৰ্চৰ পৰা মেট্ৰিক পৰীক্ষা!

Related Posts

সূৰজ গগৈ নাছিল ULFA! মুখ্যমন্ত্ৰীলৈ আলফাৰ বিশেষ আহ্বান
অসম

বাইহাটা চাৰিআলিত উৰিল আলফা (স্বাঃ)ৰ পতাকা

November 28, 2023
সংবাদ

ৰাণীত জিলা পৰ্যায়ৰ কৃষক প্ৰশিক্ষণৰ সামৰণি

November 28, 2023
মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ
অসম

টংলা বিধানসভা সমষ্টিৰ কালিঙদুৱাৰত বিজেপিৰ বিশাল জনসভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

November 27, 2023
কোকৰাঝাৰত দুস্কৃতিকাৰীয়ে জ্বলালে নিৰ্মীয়মাণ তিনিমহলীয়া অট্টালিকা!
ক্ৰাইম

মহানগৰীৰ কামাকাজি ফ্ল’টিং ৰেস্তোঁৰাত বিধ্বংসী অগ্নিকাণ্ড

November 27, 2023
বলাৎকাৰ! টিউচন কৰিবলৈ যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ
ৰাষ্ট্ৰীয়

গুজৰাটত বৃষ্টিপাতত প্ৰাণ গ’ল ২০ জনৰ

November 27, 2023
সংগীত খনিকৰ পুৰুষোত্তম দাসৰ ১০৬তম জয়ন্তী পালন
সংবাদ

সংগীত খনিকৰ পুৰুষোত্তম দাসৰ ১০৬তম জয়ন্তী পালন

November 25, 2023
Next Post
৩ মাৰ্চৰ পৰা মেট্ৰিক পৰীক্ষা!

৩ মাৰ্চৰ পৰা মেট্ৰিক পৰীক্ষা!

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

হাজোত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ ড্রাগছ

বোকাজানৰ খটখটিত প্ৰায় ৭ কোটি টকাৰ ড্ৰাগছ জব্দ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8