ভাৰতী এয়াৰটেলে (“এয়াৰটেল”) ৱাই-ফাই সংযোগৰ উন্নতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বৰ্তমান ১২০০+ চহৰত এয়াৰটেল হাই-স্পীড ৱাই-ফাই উপলব্ধ। ৱাই-ফাই এতিয়া আমাৰ দৈনন্দিন জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে, যিয়ে আমাৰ ঘৰুৱা কাম কাজ, জ্ঞান আহৰণ আৰু কেনেকৈ মনোৰঞ্জন লও সেইটো গঢ় দিয়ে। এতিয়া আমাক স্মাৰ্ট ডিভাইচ, ঘৰতে পঢ়া-শুনা, আৰু কামৰ বাবে হাই স্পীড ইন্টাৰনেটৰ প্ৰয়োজন। এয়াৰটেল ৱাই-ফাই পূৰ্বেতে সীমিত উপলব্ধতা আছিল যদিও এয়াৰটেলে এই সমস্যা সমাধানৰ দিশত কাম কৰিছে, অৰ্থাৎ আপোনালোকৰ মাজৰ যি সকলে হাই-স্পীড ইন্টাৰনেটৰ সুবিধা লব পৰা নাছিল, তেওঁলোকে এতিয়া ব্যবহাৰ কৰিব পাৰিব।
এই সফলতাৰ চিন স্বৰূপে এয়াৰটেলে এতিয়া ইয়াত আৰু অধিক সুবিধা প্ৰদান কৰিব ৱাই-ফাই প্লেনৰ সৈতে। ইয়াত অন্তৰ্ভুক্ত অফাৰসমূহ হৈছে টিভি শ্ব’, চিনেমা আৰু ৱেব ছিৰিজৰ সৰ্ববৃহৎ বাছনি। বিশেষকৈ, এয়াৰটেল ৱাই-ফাইৰ জৰিয়তে প্ৰদান কৰা এই কন্টেন্ট এ (content) অ’টিটি আৰু টিভি চেনেলৰ উপলব্ধতা। ইয়াৰ উপৰিও প্ৰতিবাৰেই নতুন এয়াৰটেল সেৱা – মোবাইল, কন্টেন্ট (content) বা ৱাই-ফাই যোগ কৰিবলৈ বাছি ল’লে মূল প্লেনৰ ওপৰত অতিৰিক্ত মূল্য আগবঢ়াব।গোপাল ভিট্টালে আৰু কয়, “সচৰাচৰৰ দৰেই মই আপোনাৰ পৰা শুনিবলৈ আগ্ৰহী আৰু আপোনাৰ প্ৰয়োজন অনুসৰি আমাৰ সেৱাসমূহ আৰু অধিক সন্তোষজনক কৰি তুলিবলৈ আপোনাৰ যিকোনো পৰামৰ্শ লবলৈ আগ্ৰহী”।