• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কাৰাগাৰৰ পৰা মুক্তি কেতিয়া কৃষক নেতা অখিল গগৈৰ ?

Manoranjan Majumder by Manoranjan Majumder
February 8, 2021
in অসম, সংবাদ
1 min read
0
Akhil Gogoi
Share on FacebookShare on Twitter

পুনৰ উচ্চতম ন্যায়ালয়ে চলিত বৰ্ষৰ ১১ ফেব্ৰুৱাৰীত গ্ৰহণ কৰিব অসমৰ কৃষক নেতা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ জামিন আবেদনৰ শুনানি।

জানিব পৰা মতে, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সূৰ্য কান্ত, এন ভি ৰমন্না আৰু অনিৰুদ্ধে বসুৰ তিনিজনীয়া বিচাৰপীঠে এই শুনানি গ্ৰহণ কৰিব।

উল্লেখ্য, গুৱাহাটী উচ্চ ন্যায়ালয়ে ৭ জানুৱাৰীত কৃষক নেতাজনৰ জামিন আবেদন খাৰিজ কৰাৰ পিছতেই উচ্চতম ন্যায়ালয়ত গগৈৰ অধিবক্তা ৰুণা ভূঞাই উক্ত জামিন আবেদন দাখিল কৰিছিল ৷

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কল্যাণ ৰায় সুৰানা আৰু অজিত বৰঠাকুৰেৰে গঠিত খণ্ড বিচাৰ পীঠখনে দীর্ঘ দিন ধৰি শুনানি গ্রহণ কৰাৰ অন্তত চলিত বৰ্ষৰ ৭ জানুৱাৰীত গগৈৰ জামিন আবেদনখন নাকচ কৰিছিল ৷

প্ৰতিবাদৰ নামত দেশৰ অৰ্থনৈতিক সুৰক্ষাত ভাবুকি প্রদান কৰাৰ লগতে দেশ-বিৰোধী সংগঠনৰে সম্পৰ্ক থকাৰ কথা উল্লেখ কৰি নিয়াই গোচৰ তৰিছিল যাৰবাবে আদালতে গগৈক আজিলৈ জামিন প্রদান কৰা নাই৷

Tags: Akhil GogoiRaijor Dol
Previous Post

জগদীশ ভূঞাৰ প্ৰেছ বিবৃতিত খেলিমেলি; ‘পৰিত্ৰাণ’ৰ সলনি ‘পৰিৱৰ্তন’ লিখি লাগিল জগৰ

Next Post

মহিলাক পেট্ৰ’ল ঢালি জ্বলাবলৈ গৈ নিজে জ্বলি মৃত্যুক সাৱটিলে এজন লোকে

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
Women Burn

মহিলাক পেট্ৰ'ল ঢালি জ্বলাবলৈ গৈ নিজে জ্বলি মৃত্যুক সাৱটিলে এজন লোকে

Gehana Vasisth

অন্য যুৱতীৰ পৰ্ণ ভিডিঅ' বনাই নিজৰ ৱেবচাইটত আপলোড কৰে অভিনেত্ৰী গেহনা বশিষ্ঠই !

nitin

ড্ৰাইভিং লাইচেঞ্চ লাভৰ নতুন নিয়ম; অধিক জানিবলৈ ক্লিক কৰক…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8