ক্ৰমাৎ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ ৷
আই চি ইউলৈ স্থানান্তৰিত কৰা হৈছে প্ৰিয়দা গগৈক ৷
অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ কাষত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত কয় যে মোৰ মাৰ দৰে এগৰাকী আই ,চকুলো টুকি পৰি আছে।
মঙলবাৰে পুৱা ভৰ্তি কৰোৱা হৈছিল যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত৷
মূৰঘুৰণী,বমি আৰু তীব্ৰ জ্বৰত আক্ৰান্ত হৈছিল প্ৰিয়দা গগৈ৷