• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মোৰ স্বামীক মুকলি কৰি দিয়ক, নহ’লে আমাকো মাৰি পেলাওক; আলফা স্বাধীনলৈ কাতৰ আহ্বান এগৰাকী মহিলাৰ

Manoranjan Majumder by Manoranjan Majumder
February 8, 2021
in অসম, সংবাদ
1 min read
0
Alfa
Share on FacebookShare on Twitter

ডেৰ মাহ ধৰি আলফাৰ হাতত বন্দী হৈ আছে কুইপ’ৰ দুগৰাকী বিষয়া প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰ ৷

আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ কুমাৰ বৰুৱাই চলিত বৰ্ষৰ ১৬ ফেব্ৰুৱাৰীত ৰাম কুমাৰক মৃত্যুদণ্ডৰ ডেডলাইন প্ৰকাশ কৰে ৷

ৰাম কুমাৰক মৃত্যুদণ্ডৰ ডেডলাইন প্ৰকাশ কৰা পিছত অপহৃত প্ৰণৱ গগৈৰ পত্নীৰ কাতৰ আহ্বান আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ কুমাৰ বৰুৱাই ৷

প্ৰণৱ গগৈৰ পত্নীয়ে কান্দি কান্দি হাতযোৰ কৰি সেনাধ্যক্ষগৰাকীক কয় যে মোৰ স্বামীক মুকলি কৰি দিয়ক, নহ’লে আমাকো মাৰি পেলাওক ৷

মোৰ সৰু ল’ৰা-ছোৱালী আছে, সিহঁতৰ আজিলৈ ভালদৰে পঢ়া-শুনা হোৱা নাই ৷ ৰুগীয়া বৃদ্ধ মা-দেউতা আছে ৷ তেওঁলোকলৈ চাই মোৰ স্বামীক মুকলি কৰি দিয়ক ৷

উল্লেখ্য, কুইপ’ৰ বিষয়া প্ৰণৱ গগৈৰ অপহৰণৰ খবৰ পোৱাৰ পিছত গগৈৰ বৃদ্ধ পিতৃ শয্যাগত হয় ৷

Tags: Alfa
Previous Post

পুনৰ ১,২০০টা টুইটাৰ একাউণ্ট বন্ধ…

Next Post

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সালসলনি…

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
Assam Police

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সালসলনি…

bridge

যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণৰ বাবে ৯২৫ কোটি আৱণ্টন কেন্দ্ৰৰ

কেন্দ্ৰীয় চৰকাৰৰ  নতুন নিয়ম জাৰি; অধিক জানিবলৈ ক্লিক কৰক…

কেন্দ্ৰীয় চৰকাৰৰ  নতুন নিয়ম জাৰি; অধিক জানিবলৈ ক্লিক কৰক…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8