• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অমিক্ৰনৰ লগতে ডেল্টা ভেৰিয়েণ্টেও বঢ়াইছে আতংক

নিউজ ডেস্ক by নিউজ ডেস্ক
December 30, 2021
in সংবাদ, আন্তৰ্জাতিক, ৰাষ্ট্ৰীয়
1 min read
0
অমিক্ৰনৰ লগতে ডেল্টা ভেৰিয়েণ্টেও বঢ়াইছে আতংক
Share on FacebookShare on Twitter

বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰততো বাঢ়িছে ক’ৰোনাৰ অমিক্ৰন ভেৰিয়েণ্টৰ সংক্ৰমণ। যি সময়ত অমিক্ৰনৰ সংক্ৰমণে সকলোৰে টোপনি হৰিছে সেই সময়তে বিশ্ব স্বাস্থ্য সংস্থাই দিছে আন এক বিশেষ সকীয়নি। অমিক্ৰনৰ সংক্ৰমণৰ সমান্তৰালকৈ ডেল্টা ভেৰিয়েণ্টৰ প্ৰকোপো বাঢ়িছে বুলি সতৰ্ক কৰি দিছে বিশ্ব স্বাস্থ্য সংস্থাই। WHOৰ মতে এইবাৰ অমিক্ৰন আৰু ডেল্টা ভেৰিয়েণ্টে একেলগে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে।
WHOৱে ডেল্টা আৰু অমিক্ৰনক টুইন থ্ৰেট আখ্যা দিছে আৰু কৈছে যে এই দুয়োটাই অধিক সংক্ৰমণ, হস্পিটেলাইজেচন আৰু মৃত্যুৰ কাৰণ হ’ব পাৰে। WHOৰ তথ্য মতে বিগত এক সপ্তাহত সমগ্ৰ বিশ্বত কোৰোণাৰ সংক্ৰমণ ১১ শতাংশ বৃদ্ধি পাইছে। WHOৰ মুৰব্বী টেড্ৰোছে কয় যে ডেল্টা আৰু অমিক্ৰনে এইবাৰ সংক্ৰমণৰ ছুনামী নমাই আনিব পাৰে।
ভাৰতত অমিক্ৰনত আক্ৰান্তৰ সংখ্যা ৯৬১ জনলৈ বৃদ্ধি পাইছে। দিল্লী, মহাৰাষ্ট্ৰ আৰু গুজৰাটত অধিক সংক্ৰমণ হৈছে অমিক্ৰনৰ।

Previous Post

নাগালেণ্ডৰ পৰা প্ৰত্যাহাৰ নহয় AFSPA

Next Post

শীঘ্ৰেই দাখিল হ’ব অসম-মেঘালয় সীমা বিবাদৰ প্ৰতিবেদন!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
শীঘ্ৰেই দাখিল হ’ব অসম-মেঘালয় সীমা বিবাদৰ প্ৰতিবেদন!

শীঘ্ৰেই দাখিল হ’ব অসম-মেঘালয় সীমা বিবাদৰ প্ৰতিবেদন!

তুষাৰপাতৰ কৱলত ছিকিম

তুষাৰপাতৰ কৱলত ছিকিম

অগ্ৰীম জামিন লাভ কৰিলে মডাৰ্ন ইংলিছ স্কুলৰ অধ্যক্ষাই

অগ্ৰীম জামিন লাভ কৰিলে মডাৰ্ন ইংলিছ স্কুলৰ অধ্যক্ষাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8