- ২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা।
- নীলাচল পাহাৰত নাথাকে ভক্ত দৰ্শনাৰ্থীৰ বাবে থকা-খোৱাৰ ব্যৱস্থা।
- ভক্তসকলৰ বাবে ৪টা স্থানত থাকিব থকাৰ ব্যৱস্থা।
- ফাঁচী বজাৰৰ পুৰণি জে’ল চৌহদত দৰ্শকৰ থকাৰ ব্যৱস্থা।\
- পাণ্ডু পুৰণি ৰে’ল ষ্টেচনৰ সমীপত ভক্তৰ বাবে থাকিব অস্থায়ী কেম্প।
- কামাখ্যা ৰে’ল ষ্টেচনৰ সমীপতো থাকিব ভক্তৰ বাবে অস্থায়ী কেম্প।
- মালিগাঁও গোশালাৰ মালিবাগান খেলপথাৰতো ভক্ত থকাৰ ব্যৱস্থা।