• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আনন্দ মিশ্ৰক দিয়া হ’ল নতুন দায়িত্ব

নিউজ ডেস্ক by নিউজ ডেস্ক
March 23, 2022
in সংবাদ, অসম
1 min read
0
আনন্দ মিশ্ৰক দিয়া হ’ল নতুন দায়িত্ব
Share on FacebookShare on Twitter

শেহতীয়াকৈ অসম আৰক্ষীৰ শীৰ্ষ মহলত ব্যাপক ৰদ-বদল কৰা হৈছে। AIG (SPORTS)ৰূপে নিযুক্তি প্ৰদান কৰা হৈছে IPS আনন্দ মিশ্ৰক। নতুনকৈ সৃষ্টি কৰা হৈছিল সহকাৰী মহাপৰিদৰ্শক পদবী। ক্ৰীড়াৰ ক্ষেত্ৰত বিশেষ দায়িত্বত থাকিব AIG(SPORTS)।

উল্লেখ্য যে, নগাঁৱৰ পৰা বদলি হৈ অহাৰ পিছৰে পৰা অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আছিল আনন্দ মিশ্ৰ।
অৱশেষত মিশ্ৰক সহকাৰী মহাপৰিদৰ্শক (ক্ৰীড়া)ত নিযুক্তি দিয়া হয়। আনহাতে, ডেইজী গগৈক শিৱসাগৰৰ উপ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়াৰ লগতে প্ৰণৱ দাসক কাজিৰঙাৰ এছ টি এফত উপ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি প্ৰদান কৰা হয়। ঘনশ্যাম ভাইক দশম আৰক্ষী বাহিনীৰ সহকাৰী কামাণ্ডেন্ট হিচাপে নিযুক্তি দিয়া হৈছে বুলি জানিব পৰা গৈছে।

Previous Post

বিজেপিৰ কৃষান মৰ্চাৰ উদ্যোগত মৌ পালনৰ প্ৰশিক্ষণ শিৱিৰ

Next Post

IPLৰ অনুৰাগীসকলে আজিৰে পৰা কৰিব পাৰিব টিকট ক্ৰয়

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
IPLৰ অনুৰাগীসকলে আজিৰে পৰা কৰিব পাৰিব টিকট ক্ৰয়

IPLৰ অনুৰাগীসকলে আজিৰে পৰা কৰিব পাৰিব টিকট ক্ৰয়

উন্মোচন হ’ল অধ্যাপক ড° পংকজ গোস্বামীৰ দুখনকৈ গ্ৰন্থ

উন্মোচন হ'ল অধ্যাপক ড° পংকজ গোস্বামীৰ দুখনকৈ গ্ৰন্থ

টীয়কত জলজীৱন মিছন আঁচনিৰ অনিয়ম

টীয়কত জলজীৱন মিছন আঁচনিৰ অনিয়ম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8