• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

Exit poll কাল্পনিক আৰু উদ্দেশ্য প্ৰণোদিত; এয়া Exit poll হে Exact Poll নহয়ঃ অপূর্ব কুমাৰ ভট্টাচাৰ্য

Manoranjan Majumder by Manoranjan Majumder
May 1, 2021
in অসম, ৰাজনীতি, সংবাদ
1 min read
0
Exit poll কাল্পনিক আৰু উদ্দেশ্য প্ৰণোদিত; এয়া Exit poll হে Exact Poll নহয়ঃ অপূর্ব কুমাৰ ভট্টাচাৰ্য
Share on FacebookShare on Twitter

‘২৯ এপ্ৰিলৰ পৰা ৰাষ্ট্ৰীয় ইলেক্ট্ৰ’নিক আৰু স্থানীয় সংবাদমাধ্যমত প্ৰচাৰ কৰা Exit poll কাল্পনিক আৰু উদ্দেশ্য প্ৰণোদিত।’- ৰাজীৱ ভৱনত অনুষ্ঠিত সংবাদমেলত এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্র অপূর্ব কুমাৰ ভট্টাচাৰ্যৰ।

নিৰ্বাচনী বিধি ভংগৰে বিজেপি সভাপতি জনাদেশ অৱমাননা কৰিছে বুলিও অভিযোগ উত্থাপন কৰে ভট্টাচাৰ্যই।

একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক সমালোচনা সংবাদমেলত।

বৰাকত ২০খন আসন দেখুৱাই Exit Poll কৰি বিজেপি চৰকাৰৰ আসন বৃদ্ধি কৰাই দেখাইছে ৷

সেয়া উদ্দেশ্য প্ৰণোদিত ৷ বিজেপি এতিয়া শংকিত ৷

বিজেপি কৰ্মী এতিয়া হতাশ হৈ পৰিছে ৷

আৰু মহাজোঁট বন্ধনে চৰকাৰ গঠন কৰিব বুলিও মন্তব্য প্ৰদান কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদকগৰাকীয়ে।

সভাপতিয়ে দাঙি ধৰা ExitPollক লৈ সমালোচনা অপূর্ব কুমাৰ ভট্টাচাৰ্যৰ।

গণনা কাৰ্যত থকা বিষয়াৰ ওপৰত এটা চাপ সৃষ্টি কৰিব বিচাৰিছে ৷

এইটো এক্সিট প’ল হে এক্টজেক্ট পল নহয় বুলিও সংবাদমেলত মন্তব্য প্ৰদান কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক ভট্টাচাৰ্যই।

সংখ্যাগৰিষ্ঠ আসনেৰে মহাজোঁটৰ চৰকাৰ হ’ব বুলিও প্ৰকাশ কৰে ভট্টাচাৰ্যই।

হিমন্ত আৰু সৰ্বানন্দ সোণোৱালক ১৯ আৰু ২০ শতাংশ লোকে মুখ্যমন্ত্ৰী বিচৰা কাৰ্যই ৰাজ্যবাসীয়ে বিজেপি চৰকাৰ নিবিচৰাটো উদঙাই দিছে ৷

নিৰ্বাচন আয়োগৰ ওপৰত সম্পূৰ্ণ আস্থা আছে।

ভোটগণনা কাৰ্য স্বচ্ছভাৱে কৰিবলৈ সকলো পদক্ষেপ গ্ৰহণ কৰিব।

Photo: Headline8

Tags: Apurba Kumar BhattacharyaCongressExit pollPressmeetঅপূৰ্ব কুমাৰ ভট্টাচাৰ্যএক্সিট পলকংগ্ৰেছসংবাদমেল
Previous Post

অসমবাসীলৈ সুখবৰ; অসমৰ ‘মঙহ দহাৰ গোন্ধ’ ছুটী ছবি খনলৈ ১১সংখ্যক দাদা চাহেব ফাল্কে ছবি মহোৎসৱৰ বিশেষ বঁটা প্ৰদান

Next Post

কেন্দ্ৰীয় মন্ত্ৰী সকললৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৰুত্বপূৰ্ণ আহ্বান

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
কেন্দ্ৰীয় মন্ত্ৰী সকললৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৰুত্বপূৰ্ণ আহ্বান

কেন্দ্ৰীয় মন্ত্ৰী সকললৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৰুত্বপূৰ্ণ আহ্বান

জামিনত মুক্তি লাভ কৰিলে লালুপ্ৰসাদ যাদৱে

জামিনত মুক্তি লাভ কৰিলে লালুপ্ৰসাদ যাদৱে

সীমান্তত জোৱানৰ পহৰা স্বত্ত্বেও ভাৰতত সোমাই বাংলাদেশী নাগৰিক!

সীমান্তত জোৱানৰ পহৰা স্বত্ত্বেও ভাৰতত সোমাই বাংলাদেশী নাগৰিক!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8