• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

১৪ ফ্ৰেব্ৰুৱাৰীত আপুনি অকলশৰীয়া নেকি ? তেন্তে এই যুৱকজনক অনুসৰণ কৰক …

Manoranjan Majumder by Manoranjan Majumder
February 8, 2021
in জীৱনশৈলী, বিবিধ, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
shakul
Share on FacebookShare on Twitter

সম্প্ৰতি যুৱ প্ৰজন্মই ১৪ ফ্ৰেব্ৰুৱাৰীত উদযাপন কৰি অহা ভেলেন্টাইন দিৱসক অধিক গুৰুত্ব প্ৰদান কৰা দেখা যায় ৷

কিছু সংখ্যকৰ বাবে গোটেই ফ্ৰেব্ৰুৱাৰী মাহটোৱে প্ৰেম দিৱস তথা ভেলেন্টাইন দিৱসক হিচাপে পালন কৰাও দেখা যায় ৷

এই বিশেষ দিনটোত সকলো প্ৰেমিক-প্ৰেমিকাৰ বাবে বিশেষ দিন হিচাপেও বৰ্তমান সময়ত পৰিগণিত হৈছে ৷

উল্লেখযোগ্য যে ৭ ফ্ৰেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ প্ৰতিটো দিনতে বিভিন্ন ধৰণেৰে পালন কৰাৰ এক বিশেষ প্ৰক্ৰিয়াও আছে।

যিহেতু ১৪ ফ্ৰেব্ৰুৱাৰী সমাগত সেয়ে প্ৰতিগৰাকী প্ৰেমিক-প্ৰেমিকাই দিনটোৰ কাৰ্যসূচী প্ৰস্তুতি তুংগত উঠাৰ সময়তে এগৰাকী যুৱকে ১৪ ফ্ৰেব্ৰুৱাৰীত কৰা এক বিশেষ কাৰ্যৰ বাবে ছ’ছিয়েল মিডিয়াত অধিক চৰ্চা লাভ কৰিছে ৷

যুৱক জন নাম শকুল।

মুম্বাইৰ নিবাসী শকুলে প্ৰায় তিনি বছৰে কৰি আহিছে এক বিশেষ কাম ৷

যাৰ বাবে শকুল আজি এচাম ছোৱালীৰ মাজত জনপ্ৰিয় হৈ পৰিছে ৷

আপুনি জানেনে এই বিশেষ কামটো কি ? জানিলে আপুনিও আচৰিত হৈ উঠিব ৷

বিগত ৩টা বছৰে ভেলেন্টাইন ডে’ৰ দিনটোত শকুলে অকলশৰীয়া যুৱতী অথবা যিসকল যুৱতীয়ে কোনো প্ৰেম সম্পৰ্কৰ এনাজৰীৰে বান্ধ খাব নিবিচাৰে অথচ তেওঁলোক কেতিয়াবা অকলশৰীয়াও অনুভৱ কৰে, শকুলে তেওঁলোকৰ সমস্যা দূৰ কৰি আহিছে ভাড়তীয়া প্ৰেমিক হয় ৷

এই সন্দৰ্ভত শকুলে ছ’চিয়েল মিডিয়াত এটি প’ষ্টও কৰিছে ৷

এতিয়ালৈ শকুলে ৩টা বছৰত ৪৫গৰাকী যুৱতীৰ ভাড়াতীয়া প্ৰেমিক হৈছে ।

শকুলৰ মতে, প্ৰেমৰ সেই দিনটোত কোনোৱে প্ৰেমৰ অভাৱ অনুভৱ কৰিব নালাগে।

এদিনৰ কাৰণে হ’লেও হাঁহি দিবলৈ যত্ন কৰাটো একো বেয়া কাম নহয়।

উল্লেখ্য, Humans of Bombay নামৰ এটা ফেচবুক পেইজৰ এডমিন শকুলে প্ৰেমক লৈ দিয়ে ভিন্ন ধৰণৰ প’ষ্ট।

Tags: Humans of BombayMumbaiSHakul
Previous Post

দেশত এটা নতুন সত্তা উঠি আহিছে, সেয়া হৈছে ‘আন্দোলনজীৱী’: নৰেন্দ্ৰ মোদী

Next Post

জগদীশ ভূঞাৰ প্ৰেছ বিবৃতিত খেলিমেলি; ‘পৰিত্ৰাণ’ৰ সলনি ‘পৰিৱৰ্তন’ লিখি লাগিল জগৰ

Related Posts

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ
সংবাদ

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

October 2, 2023
Next Post
জগদীশ ভূঞাৰ প্ৰেছ বিবৃতিত খেলিমেলি; ‘পৰিত্ৰাণ’ৰ সলনি ‘পৰিৱৰ্তন’ লিখি লাগিল জগৰ

জগদীশ ভূঞাৰ প্ৰেছ বিবৃতিত খেলিমেলি; 'পৰিত্ৰাণ'ৰ সলনি 'পৰিৱৰ্তন' লিখি লাগিল জগৰ

Akhil Gogoi

কাৰাগাৰৰ পৰা মুক্তি কেতিয়া কৃষক নেতা অখিল গগৈৰ ?

Women Burn

মহিলাক পেট্ৰ'ল ঢালি জ্বলাবলৈ গৈ নিজে জ্বলি মৃত্যুক সাৱটিলে এজন লোকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8