• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ন’নে জিলাৰ ভূমিস্খলনত সন্ধানহীনক উদ্ধাৰৰ বাবে সেনাই ব্যৱহাৰ কৰিব অত্যাধুনিক প্ৰযুক্তি

নিউজ ডেস্ক by নিউজ ডেস্ক
July 2, 2022
in সংবাদ, উত্তৰ পূৰ্বাঞ্চল, ক্ৰাইম, ৰাজনীতি
1 min read
0
ন’নে জিলাৰ ভূমিস্খলনত সন্ধানহীনক উদ্ধাৰৰ বাবে সেনাই ব্যৱহাৰ কৰিব অত্যাধুনিক প্ৰযুক্তি
Share on FacebookShare on Twitter

মণিপুৰৰ ন’নে জিলাত বুধবাৰে নিশা সংঘটিত হোৱা ভয়াৱহ ভূমিস্খলনত মুঠ ৮১ জন লোক মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। মণিপুৰক ভাৰতীয় ৰে’ল মানচিত্ৰত অন্তৰ্ভুক্ত কৰিবলৈ ন’নে জিলাত চলি থকা ৰে’ল লাই নিৰ্মাণৰ কামত ব্যস্ত থকা শ্ৰমিক আৰু ইয়াৰ সুৰক্ষাত নিয়োজিত হৈ থা টেৰিটৰিয়েল আৰ্মি, ৰে’লৱৰ বিষয়া এই ভূমিস্খলনৰ ঘটনাত মৃত্যু মুখত পৰিছে।

উক্ত ৰে’ল প্ৰকল্পত অসমৰ ২৩ গৰাকীকৈ শ্ৰমিকে কাম কৰি আছিল। ইয়াৰে ১৭ জনেই বৰ্তমানেও সন্ধানহীন হৈ আছে। ইফালে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙ ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযানৰ বুজ লৈছে। তেওঁ এই উদ্ধাৰ অভিযান তথা সন্ধানহীন সকলো ব্যক্তিকে উদ্ধাৰ কৰিবলৈ আৰু ২/৩ দিন সময় লাগিব বুলি উল্লেখ কৰিছে। সেনাবাহিনীয়ে চলাই থকা এই উদ্ধাৰ অভিযানত অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হ’ব বুলিও তেওঁ প্ৰকাশ কৰে।

উল্লেখ্য যে, মণিপুৰৰ জিৰিবাম-ইম্ফল সংযোগী ৰে’ল প্ৰকল্পত সংঘটিত হোৱা এই ঘটনাত এটা পাহাৰৰ খহি টেৰিটৰিয়েল আৰ্মি, শ্ৰমিক শিবিৰ আৰু ৰে’লৱে ৰেষ্ট হাউচ পুতি পেলোৱাৰ ফলত অসমৰ ১৭ গৰাকী শ্ৰমিকসহ মুঠ ৮১ জন লোক মৃত্যু হোৱাৰ আশংকা কৰা হৈছে যদিও বৰ্তমানলৈকে মাত্ৰ ২০ জনৰ মৃতদেহহে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এতিয়াও মাটিৰ তলত ৫৫ গৰাকী লোক আৱদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে। কৰা হৈছে।

Previous Post

ৰাজ্যসভাৰ সাংসদ সঞ্জয় ৰাউটক EDৰ ১০ ঘণ্টা ধৰি জেৰা!

Next Post

অগ্নিকাণ্ডত ভস্মীভূত বশিষ্ঠৰ এটা মিঠাইৰ কাৰখানা

Related Posts

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন
সংবাদ

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন

October 3, 2023
আলফালৈ পুনৰ  ১০জন, চৰকাৰক প্ৰত্যাহ্বান জনোৱাত সফল আলফা!
ক্ৰাইম

চোৰাংচোৱাগিৰি! দুই কেডাৰক মৃত্যুদণ্ড আলফা (স্বাঃ)ৰ

October 3, 2023
নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
Next Post
পুনৰ মহানগৰীত অগ্নিকাণ্ড

অগ্নিকাণ্ডত ভস্মীভূত বশিষ্ঠৰ এটা মিঠাইৰ কাৰখানা

কটন বিশ্ববিদ্যালয়ৰ দুই হোষ্টেলৰ ছাত্ৰৰ মাজত মাৰপিট!

কটন বিশ্ববিদ্যালয়ৰ দুই হোষ্টেলৰ ছাত্ৰৰ মাজত মাৰপিট!

ঢোলৰ যাদুকৰ লোকসংস্কৃতিৰ সাধক তুলসী ওজা আৰু নাই

ঢোলৰ যাদুকৰ লোকসংস্কৃতিৰ সাধক তুলসী ওজা আৰু নাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8