• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

IASSTৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীক “SFE – JANDU ২০২২” বঁটা প্ৰদান

নিউজ ডেস্ক by নিউজ ডেস্ক
April 27, 2022
in সংবাদ, গুৱাহাটী
1 min read
0
IASSTৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীক “SFE – JANDU ২০২২” বঁটা প্ৰদান
Share on FacebookShare on Twitter

গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত, ভাৰত চৰকাৰৰ বিজ্ঞান বিভাগৰ অন্তৰ্গত IASSTৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীয়ে বিষাক্ত সৰ্পদংশন আৰু হৃদপিণ্ড জনিত ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত বিভিন্ন গছ – গছনি আৰু প্ৰাকৃতিক ভাৱে উপলব্ধ উপাদানৰ সহায়ত প্ৰস্তুত কৰা ওষধৰ স্বীকৃত স্বৰূপে সন্মানীয় “এছ এফ ই – জান্দু ২০২২ ” বঁটাৰে সন্মানিত কৰা হয়।

অলপতে কৰ্ণাটকৰ মাইচোৰত অনুষ্ঠিত নৱম আন্তঃৰাষ্ট্ৰীয় ইথনোফাৰ্মাকলজী সংস্থাৰ সভাত অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীক এই সন্মানীয় বঁটা প্ৰদান কৰা হয়। এই বঁটা প্ৰদান কৰে ভাৰতৰ প্ৰখ্যাত ইমামী আৰু কংগ্লুমাৰেট নামৰ প্ৰতিষ্ঠানটোৱে। উল্লেখযোগ্য যে প্ৰায় ২৫ বছৰৰো অধিক কাল ধৰি অধ্যাপক মুখাৰ্জীয়ে বিষাক্ত সৰ্পদংশন নিৰাময়ৰ ক্ষেত্ৰত বিভিন্ন গৱেষণা কৰি আহিছে। তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ওষধী গছ-গছনিৰ চিনাক্তকৰণৰ দ্বাৰা সৰ্পদংশনৰ চিকিৎসাৰ ক্ষেত্ৰত বিশেষ সুনাম অর্জন কৰিবলৈ সক্ষম হৈছে।

সমান্তৰালভাৱে বিভিন্ন ৰোগৰ নিৰাময়ৰ ক্ষেত্ৰতো তেওঁ ওষধী গছৰ পৰীক্ষা – নিৰীক্ষা আৰু পৰ্যায়ক্ৰমে গৱেষণা কৰি আছে। ইয়াৰ অংশ হিচাপে অধ্যাপক মুখাৰ্জীয়ে IASST চৌহদত থকা ওষধী গছৰ উদ্যানখন উন্নয়নৰ ক্ষেত্ৰত আগ-ভাগ লৈছে। আনহাতে অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীয়ে সদৰি কৰা অনুসৰি অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত সামাজিক আৰু সাংস্কৃতিক বৈশিষ্ট্য অক্ষুণ্ণ ৰাখি অঞ্চলটোত উপলব্ধ স্থানীয় ওষধী গছৰ সংৰক্ষণৰ হকে কাম কৰি যাব। উল্লেখযোগ্য যে, বিশ্ব স্বাস্থ্য সংস্থায়ো গ্ৰীষ্মপ্ৰধান দেশ সমূহত সৰ্পদংশনৰ সমস্যাক এক প্ৰত্যাহ্বান বুলি ব্যক্ত কৰি ইয়াৰ প্ৰতিকাৰৰ ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাই স্বীকৃতি প্ৰদান কৰিছে। ইফালে এনে সন্মানীয় বঁটা লাভ কৰি IASSTলৈ গৌৰৱ কঢ়িয়াই অনা বাবে প্ৰতিষ্ঠানখনৰ সকলোৱে অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীক শুভেচ্ছা জ্ঞাপন কৰিছে।

Previous Post

বৰঝাৰ বিমানবন্দৰত দহ হাজাৰ গছ পুলি ৰোপণ!

Next Post

অমৃত ভোগ ভাণ্ডাৰাৰ প্ৰতিষ্ঠাপক ভাগচান্দ জৈনক সমাজ গৌৰৱ বঁটা প্ৰদান

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
অমৃত ভোগ ভাণ্ডাৰাৰ প্ৰতিষ্ঠাপক ভাগচান্দ জৈনক সমাজ গৌৰৱ বঁটা প্ৰদান

অমৃত ভোগ ভাণ্ডাৰাৰ প্ৰতিষ্ঠাপক ভাগচান্দ জৈনক সমাজ গৌৰৱ বঁটা প্ৰদান

সাৱধান: দিল্লীত পুনৰ দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ৰণা

সাৱধান: দিল্লীত পুনৰ দ্ৰুত গতিত বৃদ্ধি পাইছে ক'ৰণা

নাৰেংগীৰ বোন্দাত ব্ৰহ্মপুত্ৰৰ পৰা মাটি সৰবৰাহ কৰা বাহন জব্দ

নাৰেংগীৰ বোন্দাত ব্ৰহ্মপুত্ৰৰ পৰা মাটি সৰবৰাহ কৰা বাহন জব্দ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8