অশ্বগন্ধাক ভাৰতীয় আয়ুৰ্বেদ চিকিৎসা পদ্ধতিত বহুলভাৱে ব্যৱহাৰ কৰা হয়।
ইয়াৰ বৈজ্ঞানিক নাম হৈছে জিংচেং।
অতীজৰে পৰা বিভিন্ন ৰোগ নিৰাময় কৰাৰ বাবে অশ্বগন্ধা ব্যৱহাৰ হৈ আহিছে।
ইয়াৰ উপকাৰীতা সমূহ হৈছে-
অশ্বগন্ধাই কলেষ্টৰ’ল নিয়ন্ত্ৰণ কৰে ইয়াৰ এন্টি -ইনফ্লেমেটৰি আৰু এন্টি অক্সিডেন্ট গুণৰ বাবে হৃদ সংবহন তন্ত্ৰৰ সমস্যা আতৰ কৰে ।
অত্যাধিক পৰিমাণে দুখ বা হতাশাগ্ৰস্থ ভোগা লোকে অশ্বগন্ধা সেৱন কৰিলে আৰোগ্য লাভ কৰে।
অশ্বগন্ধাই মানসিক ভাৰসাম্য ৰক্ষাত সহায় কৰে।
শকত হোৱা থাইৰয়ডৰ সমস্যা হ’লে অশ্বগন্ধা খালে থাইৰয়ড হৰমন বৃদ্ধি হৈ ৰোগ নিৰাময় কৰে।
কেঞ্চাৰ নাশ কৰিবলৈও আয়ুৰ্বেদিক চিকিৎসাত অশ্বগন্ধাৰ ব্যৱহাৰ কৰা হয়।
বহুমূত্ৰ ৰোগ প্ৰতিৰোধটো অশ্বগন্ধাই সহায় কৰে।
ইয়াৰ উপৰিও অশ্বগন্ধাই চকুৰ সৈতে জড়িত ৰোগ প্ৰতিৰোধ কৰিব পাৰে।
বাত বিষৰ বাবেও অশ্বগন্ধাৰ ঔষধি গুণ অতিকৈ প্রয়োজনীয়।
এন্টিকণভালছেন্ট গুণৰ বাবে অশ্বগন্ধা খালে মৃগী ৰোগ প্ৰতিৰোধ হয়।
কীট পতঙ্গই কামুৰিলেও অশ্বগন্ধাৰ পাত লগালে সুফল পোৱা যায়।
Photo Credit: Google