আজি পুৱাৰে পৰা আৰম্ভ হৈছে অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা।কটকটীয়া নিৰাপত্তাৰ মাজেৰে ২১ নং মানকাচৰৰ বিধান সভা সমষ্টিৰ চতুৰ্থ ৰাউণ্ড ভোটগণনা আৰম্ভ হৈছে।
২১ নং মানকাচৰৰ বিধান সভা সমষ্টিৰ চতুৰ্থ ৰাউণ্ড ভোটগণনাৰ শেহতীয়া তথ্য হৈছে-
চতুৰ্থ ৰাউণ্ডত মহাজোঁট তথা AIUDFৰ প্ৰাৰ্থী আমিনুল ইছলামে ৭৪৫৪ ভোট লাভ কৰিছে ।
ইয়াৰ বিপৰিতে মিত্ৰজোঁট তথা অগপৰ প্ৰাৰ্থী জাবেদ ইছলামে লাভ কৰিছে ১৯৭৬ ভোট।
আমিনুল ইছলামে ২০৫২৯ ভোটত অগ্ৰগতি লাভ কৰি আছে ।
Photo Credit: Google