সমাগত বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো দলে প্ৰকাশ কৰিছে প্ৰাৰ্থীৰ তালিকা।
বিজেপি, অজাপ, ৰাইজৰ দলৰ লগতে AIUDFয়েও কৰিলে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ।
৬ মাৰ্চত প্ৰৰ্থম পৰ্যায়ৰ ৪০জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰাৰ পিছতে বুধবাৰে নিশা পুনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে কংগ্ৰেছে।
দ্বিতীয় পৰ্যায়ৰ প্ৰাৰ্থীৰ তালিকাত অন্তৰ্ভুক্ত এইসকলৰ নাম-
ৰাতাবাৰী(SC)-১নং সমষ্টি- সম্ভু সিং মল্লা
পাথাৰকান্দি- ২নং সমষ্টি- শচীন ছাহো
কৰিমগঞ্জ(উত্তৰ)- ৩নং সমষ্টি-কমলাক্ষ দে’ পুৰকায়স্থ
কৰিমগঞ্জ(দক্ষিণ)- ৪নং সমষ্টি- ছিদ্দিক আহমেদ
কাটলিচেৰা- ৭নং সমষ্টি- সঞ্জীৱ ৰয়
শিলচৰ- ৯নং সমষ্টি- টামাল কান্তি বানিক
ঢলাই(SC)-১১নং সমষ্টি- কামাখ্যা প্ৰসাদ মল্লা
উদাৰবণ্ড- ১২নং সমষ্টি- অজিত সিং
লক্ষীপুৰ- ১৩নং সমষ্টি- মুকেশ পাণ্ডে
বৰখলা- ১৪নং সমষ্টি- মিছবহুল ইছলাম লস্কৰ
কাটিগৰা- ১৫নং সমষ্টি- খলিল উদ্দিন মজুমদাৰ
হাফলং(SC)- ১৬নং সমষ্টি- নিৰ্মল লাংথাছা
হাওৰাঘাট(SC)-১৮নং সমষ্টি- সঞ্জীৱ টেৰন
বৈঠালাংছ'(SC)- ২০নং সমষ্টি- আগষ্টিন ইংহি
কমলপুৰ- ৫৬নং সমষ্টি- কিশোৰ কুমাৰ ভট্টাচাৰ্য
নলবাৰী- ৫৯নং সমষ্টি- প্ৰদ্যুৎ কুমাৰ ভূঞা
ছিপাঝাৰ- ৬৬নং সমষ্টি- কুলদীপ বৰুৱা
মঙলদৈ(SC)-৬৭নং সমষ্টি- বসন্ত দাস
দলগাঁও- ৬৮নং সমষ্টি- মহম্মদ ইলিয়াছ আলী
জাগীৰোড(SC)-৭৯নং সমষ্টি- স্বপন কুমাৰ মণ্ডল
লাহৰীঘাট- ৮১নং সমষ্টি- আছিফ মহম্মদ নজৰ
ৰহা(SC)-৮২নং সমষ্টি- শশী কান্ত দাস
নাওগং- ৮৬নং সমষ্টি- শান্তনু শৰ্মা
বঢ়হমপুৰ- ৮৭নং সমষ্টি- সুৰেশ বৰা
হোজাই- ৯১নং সমষ্টি- দেৱব্ৰত ছাহা
লামডিং- ৯২নং সমষ্টি- স্বপন কৰ
২৬টা সমষ্টিৰ ২৬ গৰাকীৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে বিৰোধী দল কংগ্ৰেছে।
Photo: Google