আজি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ক’ৰোনাৰ প্ৰতিষেধকৰ প্ৰথমটো ডোজ গ্ৰহণ কৰিলে।
গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ল’লে ক’ৰোনাৰ প্ৰথমটো প্ৰতিষেধক।
এক টুইটযোগে মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰিছে এই কথা।
Took my first shot of #COVID19 vaccine at GMCH.
Vaccines are safe and will help us defeat this pandemic. I urge all eligible persons of the state to get vaccinated and continue following safety precautions. pic.twitter.com/xb2YI5MFJz
— Sarbananda Sonowal (Modi Ka Parivar) (@sarbanandsonwal) April 8, 2021
আৰু ক’ৰোনা মহামাৰীৰ পৰা বাছি থাকিবলৈ সজাগতা তথা সতৰ্কতা মূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসমবাসীক আহ্বান জনালে সৰ্বানন্দ সোনোৱালে।
Photo Credit:Google