• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

চৰাঞ্চলৰ বাসিন্দাকো ভূমিৰ অধিকাৰ প্ৰদানৰ দাবী অসম চিভিল চ’ছাইটিৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
November 21, 2022
in সংবাদ, অসম, ৰাজনীতি
1 min read
0
চৰাঞ্চলৰ বাসিন্দাকো ভূমিৰ অধিকাৰ প্ৰদানৰ দাবী অসম চিভিল চ’ছাইটিৰ
Share on FacebookShare on Twitter

বসুন্ধৰা ১ আৰু বসুন্ধৰা ২ আঁচনিৰ জৰিয়তে একপ্ৰকাৰ নতুন ভূমি নীতি ঘোষণা কৰি ৰাজ্য চৰকাৰে চৰাঞ্চলত বসবাস কৰা লোকসকলৰ প্ৰতি বৈষম্যমূলক আচৰণ প্ৰদৰ্শন কৰিছে বুলি অভিযোগ তুলিছে অসম চিভিল চ’ছাইটিয়ে।  অঞ্চল বিশেষৰ আন চৰাঞ্চলক বিশেষ সুবিধা প্ৰদান কৰি চৰাঞ্চলসমূহৰ মাজতো বৈষম্য সৃষ্টি কৰা হৈছে আৰু এই বৈষম্যৰ লক্ষ্য যে চৰৰ মুছলমান বসতি প্ৰধান অঞ্চল, সেয়া স্পষ্ট বুলিও এক প্ৰেছ বিজ্ঞপ্তিৰ দ্বাৰা ক্ষোভ প্ৰকাশ কৰে অসম চিভিল চ’ছাইটিৰ সভাপতি, সম্পাদকে।

অসম চিভিল চ’ছাইটিৰ তৰফলৰ পৰা তেওঁলোকে জনাই যে, অসমৰ চৰাঞ্চলৰ মুছলমানসকল অসমীয়া জাতিৰ এৰাব নোৱাৰা অঙ্গ আৰু অসমৰ কৃষিক স্বনিৰ্ভৰশীল কৰি তোলাৰ ক্ষেত্ৰত এই চৰাঞ্চলসমূহৰ অৱদান কোনো অৰ্থনীতিবিদেই অস্বীকাৰ কৰিব নোৱাৰে। বছৰৰ বেছিভাগ সময়েই পানীত ডুবি থকা চৰৰ পতিত মাটিত কৃষি কাৰ্য সম্ভৱ কৰি অসমৰ কৃষি অৰ্থনীতিক অতিৰিক্তভাৱে সমৃদ্ধ কৰিছে চৰৰ কষ্টসহিষ্ণু কৃষক সকলেই।

বিগত সময়ছোৱাত অসমৰ এই চৰাঞ্চলসমূহেই চৰকাৰী উচ্ছেদৰ লক্ষ্য হৈ পৰিছে। ভূমিৰ ওপৰত কৃষকৰ অধিকাৰ সৰ্বজন স্বীকৃত। এনে অৱস্থাত চৰাঞ্চলৰ বসিন্দাক বসুন্ধৰা ২ৰ আঁচনিৰ পৰা আতৰাই ৰখা কাৰ্য কেৱল বৈষম্যমূলকেই নহয়, অসমৰ কৃষি অৰ্থনীতিৰ বিকাশৰ ক্ষেত্ৰতেই ই বিৰূপ প্ৰভাৱ পেলোৱাৰ আশঙ্কা আছে। অসম চিভিল চ’ছাইটিয়ে চৰাঞ্চলৰ বাসিন্দাসকলৰ প্ৰতি প্ৰদৰ্শন কৰা বৈষম্যমূলক আচৰণৰ তীব্ৰ বিৰোধিতা কৰিছে আৰু কৃষকক মাটিৰ অধিকাৰ প্ৰদান আৰু দীৰ্ঘদিন ভোগ দখল কৰা লোকক পট্টা প্ৰদানৰ নীতি অনুসৰণ কৰি চৰাঞ্চলৰ মানুহকো মাটিৰ পট্টা দিবৰ বাবে অসম চৰকাৰক আহবান জনায়।

Previous Post

ড° অৰুণাভা ভূঞাঁৰ দুটি গীতৰ শ্ৰব্য আৰু ভিডিঅ’ মুকলি

Next Post

বাইহাটা চাৰিআলিৰ কৰৰাত ড্ৰাগছসহ আটক দম্পতী

Related Posts

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ
ক্ৰাইম

নৱজ্যোতি কাকতি নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজনক তামিলনাডু আৰক্ষীৰ গ্ৰেপ্তাৰ

June 9, 2023
গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি
প্ৰযুক্তি

গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি

June 9, 2023
অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ
মনোৰঞ্জন

অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ

June 9, 2023
গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ চাফাই অভিযান
গুৱাহাটী

গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ চাফাই অভিযান

June 9, 2023
মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, GMCHত ভৰ্তি
ক্ৰাইম

ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ খুন্দাত লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিহত

June 8, 2023
Next Post
৩ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ

বাইহাটা চাৰিআলিৰ কৰৰাত ড্ৰাগছসহ আটক দম্পতী

ফিফা বিশ্বকাপৰ উদ্বোধনী খেলত ঘৰুৱা দল কাটাৰ ২-০ গ’লত পৰাস্ত

ফিফা বিশ্বকাপৰ উদ্বোধনী খেলত ঘৰুৱা দল কাটাৰ ২-০ গ'লত পৰাস্ত

গুৱাহাটীৰ পাঞ্জাবাৰীত দুৰ্বৃত্তৰ গুলীচালনা, এজন নিহত!

গুৱাহাটীৰ পাঞ্জাবাৰীত দুৰ্বৃত্তৰ গুলীচালনা, এজন নিহত!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8