চলিত বিধানসভাত বিত্তমন্ত্রী অজন্তা নেওগে প্রকাশ কৰিছে জি এছ টিৰ তথ্য। এই তথ্য অনুসৰি কেন্দ্রীয় চৰকাৰৰ পৰা জি এছ টি ক্ষতিপূৰণ হিচাপে অসমে লাভ কৰিছে ৩০৫৬ কোটি টকা। আনহাতে এই সময়চোৱাত ২০১৮-১৯ বৰ্ষত ৮৪০২.৩ কোটি টকা, ২০১৯-২০ বৰ্ষত ৮৭৫৫.৩০ কোটি টকা আৰু ২০২০-২১ বৰ্ষত ৮৬১১.৬২ কোটি টকা সংগ্রহ হৈছে।