অসমত পুনৰ দুজনৰ দেহত ধৰা পৰিছে ক’ৰোনা।
নগাঁৱৰ পুৰণিগুদাম ৰাজ্যিক চিকিৎসালয়ত কৰা পৰীক্ষাত লোক দুজনৰ দেহত ধৰা পৰিছে ক’ৰোনা।
পুৰণিগুদাম মাজগাঁৱৰ একে পৰিয়ালৰে দুয়োজন লোক।
বৰ্তমান লোক দুজন এসপ্তাহৰ বাবে হোম কোৱাৰাণ্টাইনৰ ব্যৱস্থা কৰি দিছে স্বাস্থ্য বিভাগে।
ৰাজ্যত এই পৰিস্থিতি কিন্তু সৌ সিদিনা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত কৈছিল যে, অসমত ক’ৰোনা ভাইৰাছ নাই।
অযথা মাস্ক পিন্ধি মানুহক ভয় খুওৱাটো অনুচিত। কিন্তু প্ৰতিদিনেই ৰাজ্যত বৃদ্ধি হৈ গৈয়ে আছে ক’ৰোনা।
Photo: Google