• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

শীঘ্ৰেই ১৮ লাখ কিশোৰক টিকাকৰণৰ লক্ষ্য অসম চৰকাৰৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
December 29, 2021
in সংবাদ, অসম
1 min read
0
শীঘ্ৰেই ১৮ লাখ কিশোৰক টিকাকৰণৰ লক্ষ্য অসম চৰকাৰৰ
Share on FacebookShare on Twitter

১৫ ৰ পৰা ১৮ বছৰ বয়সৰ ভিতৰৰ প্ৰায় ১৮.২৫ লাখ কিশোৰৰ লক্ষ্য অসম চৰকাৰে নিৰ্ধাৰণ কৰিছে, কিয়নো নৱবৰ্ষৰ আৰম্ভণিতে ৰাজ্যখনত ১৮ বছৰৰ তলৰ Covid টিকাকৰণ আৰম্ভ হ’ব।
প্ৰাৰম্ভিক পৰ্যায়ত ভাৰত বায়োটেকৰ কভাক্সিন প্ৰদান কৰা হ’ব কিশোৰসকলক। স্বাস্থ্য বিভাগৰ এজন জ্যেষ্ঠ বিষয়াই জনাইছে যে ৰাজ্যখনৰ শিশুসকলৰ বাবে পৰ্যাপ্ত পৰিমাণৰ কোভাক্সিন মজুত আছে।
Covid টিকাকৰণ কেন্দ্ৰৰ উপৰিও, টিকাকৰণ অভিযানৰ বাবে বিদ্যালয় চৌহদ বাছনি কৰা হ’ব পাৰে, কিয়নো টিকাকৰণ কৰিব লগা ৮০% কিশোৰ- কিশোৰী বিদ্যালয়ৰ তালিকাত আছে। আনহাতে, বিদ্যালয় তালিকাত নথকা কিশোৰক বিচাৰি টিকাকৰণৰ কৰাটো প্ৰশাসনৰ বাবে যথেষ্ট প্ৰত্যাহ্বানমূলক হ’ব।

Previous Post

অমিক্ৰন সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীৰ কেবিনেট বৈঠক আহ্বান

Next Post

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সাংসদৰ গোচৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সাংসদৰ গোচৰ

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সাংসদৰ গোচৰ

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ নিম্নতম দৰমহা হ’ব পাৰে ২৬ হাজাৰ টকা

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ নিম্নতম দৰমহা হ'ব পাৰে ২৬ হাজাৰ টকা

প্ৰধানমন্ত্ৰীৰ বাবে ১২ কোটি টকীয়া বিলাসী বাহন

প্ৰধানমন্ত্ৰীৰ বাবে ১২ কোটি টকীয়া বিলাসী বাহন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8