• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ডুগডুগীৰ উদ্যোগত চতুৰ্থবাৰৰ বাবে জনপ্ৰিয় প্ৰতিযোগিতা “অসম কন্যা ২০২২-২৩”

নিউজ ডেস্ক by নিউজ ডেস্ক
July 25, 2022
in সংবাদ, অসম, ব্যৱসায়
1 min read
0
ডুগডুগীৰ উদ্যোগত চতুৰ্থবাৰৰ বাবে জনপ্ৰিয় প্ৰতিযোগিতা “অসম কন্যা ২০২২-২৩”
Share on FacebookShare on Twitter

অসমৰ জনপ্ৰিয় শুদ্ধ অসমীয়া গহনাৰ বাবে বিখ্যাত “১১টাকৈ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত প্ৰতিষ্ঠান ডুগডুগী”ৰ উদ্যোগত চতুৰ্থবাৰৰ বাবে জনপ্ৰিয় অনুষ্ঠান “অসম কন্যা ২০২২-২৩”
পুৰস্কাৰ সমূহ:-
১) খিতাপ বিজয়ীক মুঠিখাৰু, অসমীয়া গহনা ছেট, আঙুঠি, কঁপালি ,গ্ৰন্থ, ট্ৰফী, ডুগডুগী ৫বছৰৰ ৰেহাই কাৰ্ড, বিহুৱান ,চেলেং, গছপুলি আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হব।
২) দ্বিতীয় পুৰস্কাৰ – অসমীয়া গহনা ছেট, আঙুঠি, গ্ৰন্থ, ট্ৰফী, ডুগডুগী চাৰি বছৰৰ discount কাৰ্ড ,বিহুৱান, চেলেং, গছপুলি আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হব।
৩) তৃতীয় পুৰস্কাৰ- অসমীয়া গহনা ছেট, গ্ৰন্থ, ট্ৰফী, ডুগডুগী তিনি বছৰৰ discount কাৰ্ড ,বিহুৱান, চেলেং, গছপুলি আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হব।
৪) চতুৰ্থ পুৰস্কাৰ- ঝুমকা কানফুলি, আঙুঠি, গ্ৰন্থ,ট্ৰফী, ডুগডুগী ২বছৰৰ discount কাৰ্ড, বিহুৱান, চেলেং, গছপুলি আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হব।
৫) ১০ গৰাকীক নিচুকনি বঁটা আৰু ৫ গৰাকীক বিচাৰকৰ বিশেষ সন্মানত অসমীয়া গহনা আঙুঠি, ট্ৰফী, ডুগডুগী ১বছৰলৈ discount কাৰ্ড,বিহুৱান,গছপুলি আৰু প্ৰমাণ পত্র প্ৰদান কৰা হব।
নিয়মাৱলী:-
১)প্ৰতিযোগিতাত জীয়ৰী-বোৱাৰী সকলোৱে অংশ গ্ৰহণৰ বাবে ডুগডুগী ফেচবুক পেজ https://www.facebook.com/dugdugiassamesejewellery/ ত অংশীদাৰ কৰিব লাগিব।
২) ১টা Like ত ১পইণ্ট আৰু ১টা শ্বেয়াৰত ৫পইণ্ট লাভ কৰিব। ১টা ফেচবুক একাউণ্টৰ পৰা সৰ্বাধিক ৫টা শ্বেয়াৰ কৰিব পাৰিব ।
৩)৩০-৬০ চেকেণ্ডৰ নিজৰ বিষয় প্ৰত্যেকজন প্ৰতিযোগিয়ে video কৰি আপলোড কৰা নিৰ্দিষ্ট নিজৰ ফটোৰ কমেণ্টত  দিব লাগিব।২০০ পইণ্ট সংযোগ হব।( Video টো আগষ্ট মাহৰ ১০তাৰিখৰ ভিতৰত upload দিলেও হব,নিদিলে bonas ২০০মাৰ্ক টো নাপাব)। লগতে ডুগডুগী আৰু স্বত্বাধিকাৰী উৎপল বণিয়া বিষয়ে কিছু তথ্য যুগুত কৰি নিজৰ timeline আৰু নিজৰ ফটোৰ কমেণ্টত দিব পৰা সকল বিচাৰকৰ বিশেষ বঁটা বাবে মনোনয়ন হব আৰু অতিৰিক্ত ১০০ বোনাচ পইণ্ট পাব।
৪) বিচাৰকৰ সিদ্ধান্ত মৰ্মে নতুন চৰ্তাৱলী প্ৰযোজ্য হব পাৰে। সৰ্বাধিক পইণ্ট লাভ কৰা গৰাকীক বিজয়ী ঘোষণা কৰা হব।
৫) প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ পৰম্পৰাগত সাজপাৰ (অনান্য), বিয়া সাজপাৰ, সত্ৰীয়, জনগোষ্ঠীয় সাজপাৰ ইত্যাদি আৰু অসমীয়া গহনা পৰিধান কৰা ফটো সমূহ Email [email protected] অথবা Whatsapp নম্বৰ 9957992615 লৈ সম্পূণ নাম ,বয়স, ঠিকনা দি প্ৰেৰণ কৰিব লাগিব। ১৫ বছৰৰ ওপৰৰ জীয়ৰী আৰু বোৱাৰী সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব।
৬) ফটো সমূহ ২৫ জুলাই ৰ ভিতৰত পঠিয়াব লাগিব।
৭) ২৮ জুলাই পৰা আৰম্ভ হব লগীয়া “অসম কন্যা” প্ৰতিযোগিতা ২০ আগষ্টৰ ৰাতি ১১.৫৫ মিনিটত সমাপ্ত হব আৰু ২১ আগষ্ট ত Facebook Live আৰু বাতৰি কাকত ৰ যোগেদি “অসম কন্যা খিতাপ” ঘোষণা কৰা হব।
৮)পুৰস্কাৰ সমূহ ডুগডুগীৰ নতুন শাখা তেজপুৰত (চিভিল চাৰিআলি,কাৰ পাৰ্কিং) গ্ৰেণ্ড অপেনিং চেলিবেশ্যনৰ দিনাখন দিয়া হব।
অন্যথাই অক্টোবৰ মাহৰ ক্ৰমান্বয়ে গুৱাহাটীৰ চান্দমাৰী,নগাওঁ কলেজৰ ট্ৰেফিক পইণ্ট আৰু যোৰহাট গড় আলি পুৰণি বালিবাট, ডিব্ৰুগড়ৰ কে চি গগৈ পথ, লখিমপুৰৰ ছোৱালী হাইস্কুল ৰোডত অৱস্থিত বিপনীৰ পৰা সংগ্ৰহ কৰিব লাগিব।
৯)পুৰস্কাৰ সমূহ নতুনকৈ নিধাৰিত তাৰিখত দিয়া হব ।

Previous Post

ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ৰাষ্ট্ৰবাসীলৈ বিদায় বাৰ্তা

Next Post

আৰক্ষীৰ অভিযানত জব্দ অবৈধভাৱে সৰবৰাহ কৰা ৫৫ ৰো অধিক গৰু!

Related Posts

Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati
অসম

আজি বিশ্ব এইডছ দিৱস

December 1, 2023
কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ
ৰাজনীতি

২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

November 29, 2023
সূৰজ গগৈ নাছিল ULFA! মুখ্যমন্ত্ৰীলৈ আলফাৰ বিশেষ আহ্বান
অসম

বাইহাটা চাৰিআলিত উৰিল আলফা (স্বাঃ)ৰ পতাকা

November 28, 2023
সংবাদ

ৰাণীত জিলা পৰ্যায়ৰ কৃষক প্ৰশিক্ষণৰ সামৰণি

November 28, 2023
মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ
অসম

টংলা বিধানসভা সমষ্টিৰ কালিঙদুৱাৰত বিজেপিৰ বিশাল জনসভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

November 27, 2023
Next Post
আৰক্ষীৰ অভিযানত জব্দ অবৈধভাৱে সৰবৰাহ কৰা ৫৫ ৰো অধিক গৰু!

আৰক্ষীৰ অভিযানত জব্দ অবৈধভাৱে সৰবৰাহ কৰা ৫৫ ৰো অধিক গৰু!

ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মূক সমৰ্থন দিব জনতা দলে

আজি শপত গ্ৰহণ কৰিব নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে

LPG ট্ৰেন্সপ’ৰ্টাৰ এছ’চিয়েশ্বনৰ ধৰ্মঘটঃ আবদ্ধ ৰন্ধন গেছ কঢ়িওৱা বাহন

LPG ট্ৰেন্সপ’ৰ্টাৰ এছ’চিয়েশ্বনৰ ধৰ্মঘটঃ আবদ্ধ ৰন্ধন গেছ কঢ়িওৱা বাহন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8