• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ক্ৰমাৎ সমাধানৰ দিশে অসম-মেঘালয় সীমা বিবাদ

নিউজ ডেস্ক by নিউজ ডেস্ক
December 23, 2021
in সংবাদ, উত্তৰ পূৰ্বাঞ্চল, ৰাজনীতি
1 min read
0
ক্ৰমাৎ সমাধানৰ দিশে অসম-মেঘালয় সীমা বিবাদ
Share on FacebookShare on Twitter

নৱবৰ্ষৰ প্ৰাকক্ষণত ৰাজ্যবাসীয়ে পাব পাৰে ভাল খবৰ। অসম-মেঘালয় সীমা বিবাদৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দিশে আগবাঢ়িছে।
কইনাধৰাত বুধবাৰে সন্ধিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই পুনৰ এক বৈঠকত মিলিত হয়।
উল্লেখ্য যে, বুধবাৰে কইনাধৰাত অসম-মেঘালয় সীমান্ত বিবাদ সন্দৰ্ভত মুখ্যমন্ত্ৰী পৰ্যায়ৰ চতুৰ্থখন বৈঠক অনুষ্ঠিত হয়।
এই বৈঠকত উপস্থিত থাকে মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী প্ৰিষ্টন টিনচং, অসম চৰকাৰৰ মন্ত্ৰী ক্ৰমে অতুল বৰা, চন্দ্ৰমোহন পাটোৱাৰী আৰু পীযুষ হাজৰিকাকে ধৰি মেঘালয়ৰ বহুকেইগৰাকী মন্ত্ৰীৰ লগতে ৰাজ্য দুখনৰ জ্যেষ্ঠ বিষয়াসকল।

Previous Post

ভিভিআইপিক ভাৰতত প্ৰথমবাৰৰ জেড-প্লাছ নিৰাপত্তা প্ৰদান কৰিব মহিলা CRPF কমাণ্ডোৱে

Next Post

‘ভাষা নাথাকিলে জাতি নাথাকে’ লিখা পোচাক পৰিধান কৰি অখিল গগৈৰ প্ৰতিবাদ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
‘ভাষা নাথাকিলে জাতি নাথাকে’ লিখা পোচাক পৰিধান কৰি অখিল গগৈৰ প্ৰতিবাদ

‘ভাষা নাথাকিলে জাতি নাথাকে’ লিখা পোচাক পৰিধান কৰি অখিল গগৈৰ প্ৰতিবাদ

বৰ্দ্ধিত অমিক্ৰনৰ সংক্ৰমণৰ ক্ষেত্ৰত নিষেধাজ্ঞা! সিদ্ধান্ত হ’ব আজি সন্ধিয়া

বৰ্দ্ধিত অমিক্ৰনৰ সংক্ৰমণৰ ক্ষেত্ৰত নিষেধাজ্ঞা! সিদ্ধান্ত হ’ব আজি সন্ধিয়া

ISROৰ বিজ্ঞানী হিচাপে নিযুক্তি পালে অসমৰ অলকেশে

ISROৰ বিজ্ঞানী হিচাপে নিযুক্তি পালে অসমৰ অলকেশে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8