• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

সান্ধ্য আইনৰ সময়সীমা বৃদ্ধিঃ ৬ বজাৰ পৰা সান্ধ্য আইন; ২ বজাৰ পৰা বন্ধ কৰিব লাগিব দোকান-পোহাৰ

Manoranjan Majumder by Manoranjan Majumder
May 4, 2021
in অসম, গুৱাহাটী, জীৱনশৈলী, সংবাদ
1 min read
0
সান্ধ্য আইনৰ সময়সীমা বৃদ্ধিঃ ৬ বজাৰ পৰা সান্ধ্য আইন; ২ বজাৰ পৰা বন্ধ কৰিব লাগিব দোকান-পোহাৰ
Share on FacebookShare on Twitter

ৰাজ্যত দিনক দিনে বৃদ্ধি হ’বলৈ ধৰিছে ক’ৰোনা আক্ৰান্ত লোকৰ সংখ্যা। এই পৰিপ্ৰেক্ষিতত বিগত মাহৰ ২৭ মাৰ্চৰ পৰা ১ মে’লৈ বলবৎ কৰা হৈছিল সান্ধ্য আইন।

পিছত পুনৰ ১ মে’ৰ পৰা ৭ মে’লৈ বৃদ্ধি কৰা হৈছিল সান্ধ্য আইনৰ সময়সীমা।

প্ৰথম পৰ্যায়ত সান্ধ্য আইন নিশা ৮ বজাৰ পৰা বলবৎ কৰা হৈছিল।

এতিয়া পুনৰ ২ ঘণ্টা আগবঢ়াই দিলে প্ৰশাসনে। অৰ্থাৎ কাইলৈৰ পৰা ৬ বজাৰ পৰা বলবৎ হ’ব সান্ধ্য আইন।

ইফালে নিশা ৮ বজাৰ সান্ধ্য আইন বলবৎ হোৱাৰ পূৰ্বে দোকান-পোহাৰসমূহ ৬ বজাতে বন্ধ কৰাৰ নিৰ্দেশনা প্ৰদান কৰিছিল।

কিন্তু বুধবাৰৰ পৰা সান্ধ্য আইন ৬ বজাত বলবৎ হ’লে দুপৰীয়া ২ বজাতে বন্ধ কৰিব লাগিব দোকান-পোহাৰসমূহ।

নিৰ্দেশনাসমূহ-

১. যিকোনো সভা অনুষ্ঠিত কৰা আৰু জন-সমাগমত নিষেধাজ্ঞা প্ৰদান কৰা হৈছে।

২. ২০জনতকৈ অধিক লোক বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰিব।

৩. ধৰ্মীয় স্থানসমূহত ৫জনতকৈ অধিক লোক প্ৰৱেশত নিষেধাজ্ঞা প্ৰদান।

৪. সকলো দোকান-পোহাৰ তথা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ দিনৰ ২ বজাতে বন্ধ কৰিবা লাগিব।

৫. ৰেষ্টুৰেণ্ট, ধাবাসমূহো ২ বজাতে বন্ধ কৰিব লাগিব, যদিও Take Way আৰু হোম ডেলিভাৰী সন্ধিয়া ৬ বজালৈ খোলাৰ নিৰ্দেশনা।

৬. হোটেলসমূহত দুপৰীয়া ২ বজালৈ হে অতিথিক প্ৰৱেশ কৰিব দিব পাৰিব।

৭. জৰুৰী সাম-সামগ্ৰী অনা-নিয়া কৰা বাহনসমূহে ক’ভিড প্ৰট’কল মানি চলিব লাগিব।

৮. ফাৰ্মাচী, হাস্পতাল, ভেটেনাৰী খোলা ৰখাৰ ক্ষেত্ৰত কোনো নিৰ্দেশনা প্ৰদান কৰা হোৱা নাই।

৯. ব্যক্তিগত তথা চৰকাৰী কাৰ্যালয়সমূহ দিনৰ ২ বজাতে বন্ধ কৰাৰ নিৰ্দেশনা।

১০. কেৱল উচ্চ বিষয়াসহ ৫০ শতাংশ কৰ্মচাৰীয়ে কাৰ্যালয়ত থাকিব পাৰিব।

১১. LPG, পেট্ৰল পাম্পৰে জড়িত লোকসকলৰ ক্ষেত্ৰত বাধা নাই।

১২. কেবল, ইণ্টাৰনেট, শক্তি আৰু দূৰসংযোগ বিভাগৰ লোকৰ ক্ষেত্ৰত বাধা নাই।

১৩. স্বাস্থ্য কৰ্মী, মেডিকেল আৰু গৰ্ভৱতী মহিলা বা ৰোগীৰ বাবে নাই কোনো বাধা।

১৪. আইনী সেৱাৰে জড়িত লোকসকলে পৰিচয় পত্ৰৰ সৈতে যাত্ৰা কৰিব পাৰিব।

১৫. বৈধ টিকটসহ বিমান বন্দৰ বা ৰে’ল ষ্টেচন, ISBTৰ পৰা যাত্ৰা কৰিব পাৰিব।

১৬. কল্ড ষ্টৰেজ, ৱেৰহাউছ, ব্যক্তিগত ছিকিউৰিটী সেৱাৰ কৰ্মীসকলকো ৰেহাই।

১৭. অত্যাৱশ্যকীয় সামগ্ৰীৰ নিৰ্মাণ খণ্ডত জড়িত লোকসকলেও যাত্ৰা কৰিব পাৰিব।

১৮. সংবাদ মাধ্যমৰে জড়িত লোকসকলেও লগত ৰাখিব লাগিব পৰিচয় পত্ৰ।

Photo: Google

Tags: AssamCovid 19extendedNight curfewঅসমক'ভিড-১৯নৈশ সান্ধ্য আইন
Previous Post

Weather Alert: মঙলবাৰৰ পৰা শনিবাৰ পৰ্যন্ত ৰাজ্যত হ’ব পাৰে বতাহ-বৰষুণ

Next Post

অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ বাবে ক্ষতি হ’ল নেকি কংগ্ৰেছ মহাজোঁটৰ?

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ বাবে ক্ষতি হ’ল নেকি কংগ্ৰেছ মহাজোঁটৰ?

অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ বাবে ক্ষতি হ'ল নেকি কংগ্ৰেছ মহাজোঁটৰ?

ক’ৰোনাতংক! ক’ৰোনাত মৃত্যু SBI বিষয়াৰ

ক'ৰোনাতংক! ক'ৰোনাত মৃত্যু SBI বিষয়াৰ

কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে জনাইছে লকডাউনৰ দাবী

কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে জনাইছে লকডাউনৰ দাবী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8