বিধানসভা নিৰ্বাচনলৈ মাজত মাথো আছে কেইটামান দিন।
নিৰ্বাচনৰ পূৰ্বে দেওবাৰে BTRত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে অসম আৰক্ষীয়ে।
আৰক্ষীয়ে উদ্ধাৰ কৰে ২টা AK-46 ৰাইফল, দুটা মেগজিন আৰু এটা ৰিভলভাৰ।
কোকৰাঝাৰৰ দিঘলীপাৰাৰ বিছমুৰিত উদ্ধাৰ কৰে এই অস্ত্ৰ-শস্ত্ৰখিনি।
অসম আৰক্ষীয়ে টুইটাৰযোগে জনালে এই কথা।
Kudos to @KokrajharPolice for recovering 2 more AK Rifles and 1 revolver from Bismuri area under Kokrajhar PS. We continue furthering our resolve to defeat the designs of anti-National elements.
We remain committed to ensuring peace and prosperity across the State. pic.twitter.com/vxmh7jclA5
— Assam Police (@assampolice) March 13, 2021