- আজি ঘোষিত হ’ল আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল
- ঘোষণা কৰা হ’ল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি পৰীক্ষাৰ ফলাফল ।
- ২০২১ বৰ্ষত অনুষ্ঠিত হৈছিল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক আৰু কনিষ্টবলৰ নিযুক্তি পৰীক্ষা ।
- দেওবাৰে উক্ত পদ সমূহৰ ফলাফল ঘোষণা কৰে ৰাজ্য চৰকাৰৰ গৃহ বিভাগে ।
- পৰীক্ষাৰ্থী সকলে www.slpbr.com ৱেবচাইট যোগে ফলাফল সমূহ চাব পাৰিব।