পুনৰ এবাৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰা অপৰাধীলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলী চলোৱাৰ ঘটনা সংঘটিত হৈছে।এইবাৰ ঘটনাৰ স্থান হাজোৰ চকামতলী।
আৰক্ষীৰ গুলীত আহত হৈছে পলায়নৰ চেষ্টা কৰা দুই কয়দী ফজল হক আৰু জাকিৰ।গুলীবিদ্ধ ফজল আৰু জাকিৰক ইতিমধ্যেই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।