• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

৩১ ডিচেম্বৰত আইন ভংগকাৰীলৈ অসম আৰক্ষীৰ বিশেষ নিমন্ত্ৰণী পত্ৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
December 30, 2021
in সংবাদ, অসম, গুৱাহাটী
1 min read
0
৩১ ডিচেম্বৰত আইন ভংগকাৰীলৈ অসম আৰক্ষীৰ বিশেষ নিমন্ত্ৰণী পত্ৰ
Share on FacebookShare on Twitter

নৱবৰ্ষৰ প্ৰাকক্ষণত সুৰাপায়ীসকললৈ অসম আৰক্ষীৰ বিশেষ আহ্বান। ৩১ ডিচেম্বৰৰ নিশা নৱবৰ্ষ উদযাপনৰ নামত যাতে আইন উলংঘা নকৰে তাৰ প্ৰতি জনসাধাৰণলৈ এই আহ্বান জনাইছে অসম আৰক্ষীয়ে। নতুন বছৰ উদযাপনৰ নামত কোনো লোকৰ যাতে প্ৰাণহানি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে। ইতিমধ্যে এই সন্দৰ্ভত আৰক্ষীয়ে সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। সম্পূৰ্ণ নিউ ইয়েৰ পাৰ্টীৰ নিমন্ত্ৰণী পত্ৰৰ আৰ্হিত আৰক্ষীয়ে এক সকীয়নি পত্ৰ প্ৰস্তুত কৰি ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। অসম আৰক্ষীয়ে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে এক সজাগতামূলক পত্ৰ। পত্ৰখনত লিখা হৈছে ‘‘নৱবৰ্ষ উদযাপনৰ নামত আমাৰ আলহী নহ’বলৈ চেষ্টা কৰক। সুৰাপান কৰি গাড়ী চলোৱা, দ্ৰুতগতিত গাড়ী চলোৱা আৰু অন্যান্য নিয়ম ভংগকাৰীৰ বাবে এন্ট্ৰী ফ্ৰী।… স্থান-আপোনাৰ ওচৰৰ আৰক্ষী থানা।’’

Previous Post

প্ৰি নিউ য়েৰ চেলিব্ৰেচনত অঘটন, সুৰা বুলি এচিড পান কৰি মৃত্যু ঘটিল ৩ জনৰ

Next Post

ক’লাৰ পিছত এইবাৰ পচাৰ গাত যোৰহাট আৰক্ষীৰ গুলী

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ক’লাৰ পিছত এইবাৰ পচাৰ গাত যোৰহাট আৰক্ষীৰ গুলী

ক’লাৰ পিছত এইবাৰ পচাৰ গাত যোৰহাট আৰক্ষীৰ গুলী

অসমৰ চৰকাৰী বন্ধৰ তালিকাত অন্তৰ্ভুক্ত হ’ল নতুনকৈ ৪টা দিন

অসমৰ চৰকাৰী বন্ধৰ তালিকাত অন্তৰ্ভুক্ত হ'ল নতুনকৈ ৪টা দিন

২২ত লক্ষ্য ২৫; অগপৰ নৱ সংকল্প

২২ত লক্ষ্য ২৫; অগপৰ নৱ সংকল্প

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8